• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অবৈধ ধৰ্মান্তকৰণ! ১২ জনক আজীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ

Nation NE by Nation NE
September 12, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
অবৈধ ধৰ্মান্তকৰণ! ১২ জনক আজীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ
Share on FacebookShare on TwitterWhatsApp

এন আই এ-এটিএছৰ এখন বিশেষ আদালতে মৌলানা উমৰ গৌতম আৰু মৌলানা কলিম চিদ্দিকীকে ধৰি ১২ জন অভিযুক্তক অবৈধ ধৰ্মান্তৰকৰণৰ গোচৰত আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ইয়াৰ উপৰিও, বাকী ৪ জন অভিযুক্তক আদালতে ১০ বছৰৰ শাস্তি প্ৰদান কৰিছে।

এই অভিযুক্তসকলক ৰাহুল ভোলা, মান্নু যাদৱ, কুনাল অশোক চৌধুৰী আৰু চেলিম বুলি চিনাক্ত কৰিছে। আদালতে মঙলবাৰে তেওঁলোক সকলোকে দোষী সাব্যস্ত কৰিছিল।

এই ঘটনাটো হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ।  উত্তৰ প্ৰদেশ এটিএছে কয় যে, মৌলানা কলিম চিদ্দিকী, উমাৰ গৌতম আৰু মুফতি কাজী জাহাংগীৰ আলমে সমগ্ৰ দেশতে অবৈধ ধৰ্মান্তকৰণৰ এখন ৰেকেট চলাই আহিছিল। তেওঁলোক সকলোকে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 417, 120B, 153A, 153B, 295A, 121A, 123 ধাৰা আৰু বেআইনী ধৰ্মান্তকৰণ আইনৰ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল।

এই গোচৰটোত মুঠ ১৭ জন অভিযুক্ত আছিল, যাৰ ভিতৰত ১৬ জনক দোষী সাব্যস্ত কৰা হৈছিল। ইউপি এটিএছে ২০২১ চনৰ জুনমাহত তেওঁলোকৰ সকলোৰে বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। পৰৱৰ্তী সময়ত, সেই বছৰৰ ছেপ্টেম্বৰ মাহত, অনুসন্ধানৰ পিছত, সংস্থাটোৱে মিৰাটৰ পৰা চিদ্দিকীক গ্ৰেপ্তাৰ কৰে। একে সময়তে, এটিএছে দাবী কৰে যে, তেওঁ সমগ্ৰ দেশৰ সৰ্ববৃহৎ ধৰ্মান্তকৰণৰ চিণ্ডিকেট চলায়।

Tags: IndiaLucknowUttar Pradesh

Related Posts

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ
Top News

January 28, 2026
সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026
তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল,  জানক সবিশেষ
Top News

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

January 27, 2026

শীৰ্ষ সংবাদ

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025