• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহিলা শিক্ষয়িত্ৰীৰে অপকৰ্ম বিদ্যালয়ৰ অধ্যক্ষৰ, স্বামীলৈ প্ৰেৰণ কৰে ছবি

Nation NE by Nation NE
August 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মহিলা শিক্ষয়িত্ৰীৰে অপকৰ্ম বিদ্যালয়ৰ অধ্যক্ষৰ, স্বামীলৈ প্ৰেৰণ কৰে ছবি
Share on FacebookShare on TwitterWhatsApp

সতনা আৰক্ষীয়ে ১ আগষ্টত এগৰাকী মহিলা শিক্ষয়িত্ৰীৰে সৈতে অপকৰ্ম সংঘটিত কৰি তেওঁৰ বিবাহৰ পিছত তেওঁৰ আপত্তিজনক ছবি ভাইৰেল কৰাৰ অভিযোগত এগৰাকী বিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত অধ্যক্ষগৰাকীয়ে ফটোশ্বপ ব্যৱহাৰ কৰি ভুক্তভোগী মহিলাগৰাকীক ব্লেকমেইল কৰিবলৈ অশ্লীল ছবিও নিৰ্মাণ কৰিছিল। আৰক্ষী অধীক্ষক আশুতোষ গুপ্তাৰ কঠোৰ নিৰ্দেশ অনুসৰি চিটি কোতৱালি আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰে। এই ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশত।

আৰক্ষীয়ে জনোৱা মতে, ২০২৩ চনৰ পৰা অভিযুক্ত অধ্যক্ষ ধীৰ সিং (৪০)ৰ বিদ্যালয়ত কৰ্মৰত এই শিক্ষয়িত্ৰীগৰাকীয়ে ২০২৪ চনৰ ১৮ জানুৱাৰীত চিকিৎসালয়লৈ যাবলৈ ছুটী বিচাৰিছিল। অধ্যক্ষ ধীৰ সিঙে কেৱল ছুটীত অনুমোদন দিয়াই নহয়,  নিজ গাড়ীৰে তেওঁক থৈ দিবলৈও সন্মত হয়।

কিন্তু গাড়ীত বহাৰ থকাৰ পিছতেই অভিযুক্তই পোনে পোনে মাইহাৰ বাইপাছৰ ফালে লৈ যাবলৈ ধৰে। শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰতিবাদ কৰাৰ বাবে গাড়ীখন নিৰ্জন অঞ্চলৰ ফালে ঘূৰাই দিয়ে। তাতে তেওঁ গাড়ীৰ ভিতৰত শিক্ষয়িত্ৰীগৰাকীৰ সৈতে বলপূৰ্বকভাৱে অপকৰ্ম সংঘটিত কৰাৰ লগতে এই ঘৃণনীয় কাণ্ডৰ ভিডিঅ’ও বনায়। লগতে অভিযুক্তই এই ঘটনাৰ বিষয়ে কাৰোবাক ক’লে হ*ত্যা কৰাৰো ভাবুকি দিয়ে।

চিটি কোতৱালি টি আই ৰাৱেন্দ্ৰ দ্বিবেদীয়ে কয় যে, অভিযুক্ত ধীৰ সিঙে ইতিমধ্যে বিদ্যালয়ত ভুক্তভোগীৰ কিছু স্বাভাৱিক ফটোও তুলিছিল। পিছত ফটোশ্বপ ব্যৱহাৰ কৰি এই ছবিবোৰ নগ্ন ছবিলৈ ৰূপান্তৰিত কৰি ইয়াৰ সহায়ত ভুক্তভোগীক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে।

ৰাজহুৱা লাজৰ ভয়ত বহু সময় নিমাত হৈ থকা শিক্ষয়িত্ৰীগৰাকীয়ে অৱশেষত বিয়াত বহিলে। কিন্তু অভিযুক্তৰ এই লেতেৰা কামবোৰ তেতিয়াও বন্ধ হোৱা নাছিল। তেওঁ ভুক্তভোগীৰ আপত্তিজনক ছবি তেওঁৰ স্বামী আৰু দেৱৰৰ মোবাইললৈ প্ৰেৰণ কৰে। এই ঘটনাত ভুক্তভোগী মহিলাগৰাকীয়ে সাহস গোটাই স্বামীক নিজৰ সকলো কষ্টৰ কথা কয়।

স্বামীৰ সহযোগত ভুক্তকভোগীয়ে চিটি কোতৱালি থানাত উপস্থিত হৈ অভিযুক্ত ধীৰ সিঙৰ বিৰুদ্ধে ৰিপৰ্ট দাখিল কৰে। গোচৰৰ গুৰুত্ব দেখি আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত ধীৰ সিঙক গ্ৰেপ্তাৰ কৰে। ১ আগষ্টত তেওঁক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তেওঁক ন্যায়িক জিম্মাত জেললৈ প্ৰেৰণ কৰে।

Tags: Madhya PradeshmolestTeacher

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025