• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 24, 2025
30 °c
Guwahati
31 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দুৰ্নীতিৰ অভিযোগত প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পুত্ৰক গ্ৰেপ্তাৰ

      Nation NE by Nation NE
      January 25, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      দুৰ্নীতিৰ অভিযোগত প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পুত্ৰক গ্ৰেপ্তাৰ
      Share on FacebookShare on TwitterWhatsApp

      শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজপাক্ষেৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হঠাত গ্ৰেপ্তাৰ কৰা ঘটনাৰ পিছতে শ্ৰীলংকাৰ ৰাজনীতিত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা অনুসৰি, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পুত্ৰ যোশিতা ৰাজপাকক্ষেক শনিবাৰে আৰক্ষীয়ে এটা সম্পত্তি ক্ৰয়ৰ গোচৰত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। এই বিষয়ত তেওঁক জেৰা চলাই থকা হৈছে।

      উল্লেখ্য যে, মহিন্দা ৰাজপাক্ষেৰ পুত্ৰ পূৰ্বে নৌসেনাৰ এগৰাকী বিষয়াৰূপে কৰ্মৰত আছিল। নৌসেনাৰ প্ৰাক্তন বিষয়া যোশিতাক বেলিএট্টাস্থিত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

      ২০১৫ চনৰ পূৰ্বে পিতৃ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত সম্পত্তি ক্ৰয়ৰ অভিযোগৰ তদন্তৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মহিন্দ ৰাজপাক্ষেৰ তিনি পুত্ৰৰ ভিতৰত যোশিতা দ্বিতীয় পুত্ৰ।

      যোশিতাৰ খুড়াক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি গোটবায়া ৰাজপাক্ষেকো যোৱা সপ্তাহত একেটা গোচৰতে আৰক্ষীয়ে জেৰা কৰিছিল। মহিন্দ ৰাজপাক্ষেই শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত মৌলিক অধিকাৰৰ আৱেদন দাখিল কৰি তেওঁৰ নিৰাপত্তা পুনৰ ঘূৰাই অনাৰ বাবে আদালতৰ হস্তক্ষেপ বিচৰাৰ পিছতে এই গ্ৰেপ্তাৰ কৰা হৈছে।

      উল্লেখ্য যে, যোৱা মাহত শ্ৰীলংকা চৰকাৰে তেওঁৰ নিৰাপত্তা বহু পৰিমাণে হ্ৰাস কৰিছিল।

      Tags: ArrestMahinda RajapaksaSri Lanka

      Related Posts

      চিন্তিত ভাৰত-বাংলাদেশ!  ব্ৰহ্মপুত্ৰ নদীত চীনৰ মথাউৰি নিৰ্মাণ
      আন্তঃ ৰাষ্ট্ৰীয়

      ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ মথাউৰি নিৰ্মাণ কৰা চীনে স্পষ্ট কৰি দিলে এই কথা, ‘ভাৰত আৰু বাংলাদেশে…’

      July 24, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      July 24, 2025
      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ
      Top News

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      July 23, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      শীৰ্ষ সংবাদ

      ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ মথাউৰি নিৰ্মাণ কৰা চীনে স্পষ্ট কৰি দিলে এই কথা, ‘ভাৰত আৰু বাংলাদেশে…’

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist