• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ মমতা বেনাৰ্জীৰ

Nation NE by Nation NE
November 28, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ মমতা বেনাৰ্জীৰ
Share on FacebookShare on TwitterWhatsApp

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত চলি থকা অস্থিৰতা সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অৱশ্যে বাংলাদেশৰ সমস্যাটো তেওঁলোকৰ আভ্যন্তৰীণ সমস্যা বুলি উল্লেখ কৰি তেওঁ এই বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।

বাংলাদেশৰ এই বিষয়টো কেন্দ্ৰীয় চৰকাৰে মিমাংসা কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে যি নিৰ্ণয় লয় সেয়াই ৰাজ্য চৰকাৰে পালন কৰিব বুলি মমতা বেনাৰ্জীয়ে বিধানসভাত মন্তব্য কৰে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, ‘বাংলাদেশ এখন অন্য ৰাষ্ট্ৰ। ভাৰত চৰকাৰে এই সন্দৰ্ভত চোৱা চিতা কৰিব। এইটো আমাৰ অধিকাৰৰ ভিতৰত নপৰে। আমি এই সন্দৰ্ভত আলোচনা কৰাটো উচিত নহয় আৰু হস্তক্ষেপ কৰিবও নালাগে। অৱশ্যে বাংলাদেশত চলি থকা বৰ্তমান পৰিস্থিতি দেখি আমাৰ দুখ লাগিছে, কিন্তু কেন্দ্ৰই নিৰ্ধাৰণ কৰা নীতিক আমি পালন কৰিম’।

মমতা বেনাৰ্জীয়ে লগতে কয় যে, ঘটনা সন্দৰ্ভত ইস্কন প্ৰতিনিধিৰ সৈতে কথা পাতিছো। অৱশ্যে তেওঁ ইস্কন প্ৰতিনিধিৰ সৈতে কি আলোচনা কৰিলে সেয়া প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, ইস্কনৰ পুৰোহিত চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে হিন্দুৰ ওপৰত অবিৰত আক্ৰমণৰ পিছতে বাংলাদেশত অব্যাহত আছে উত্তেজনা। ভাৰতৰ সকলো নেতাই শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰধানমন্ত্ৰী মোদী আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ পৰা।

Tags: BangladeshMamata Banerjee

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025