• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 4, 2025
26 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    নৱ গঠিত তিতাবৰ আৰু যোৰহাট সমষ্টিত আৱতৰীয়া দিপাৱালী; কিন্তু কিয়? জানক সবিশেষ

    ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে

    ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মণিপুৰত পুনৰ উত্থান জাতিগত হিংসা আৰু উত্তেজনা, ম্যানমাৰৰ সংযোগ কি?

      Nation NE by Nation NE
      September 16, 2024
      in Top News, অসম, মণিপুৰ
      0 0
      মণিপুৰত পুনৰ উত্থান জাতিগত হিংসা আৰু উত্তেজনা, ম্যানমাৰৰ সংযোগ কি?

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      মণিপুৰত মুলতঃ দুটা স্থানীয় জাতি সম্প্ৰদায়, মেইটেই আৰু কুকিৰ মাজত বাৰে বাৰে আন্তঃজাতিক সংঘৰ্ষ দেখা গৈছে। ৰাজ্যখনৰ তৃতীয় প্ৰধান সম্প্ৰদায় নাগাসকল এইবাৰ নিৰপেক্ষ হৈ আছে। এই হিংসাত্মক ঘটনাৰ ফলত মৃত্যু হৈছে শ শ লোকৰ আৰু কমেও ১,৭০০ ঘৰ আৰু ধৰ্মীয় স্থান জ্বলাই দিয়া হৈছে।

      বিগত বৰ্ষত হিন্দু অধ্যুষিত মেইটিছ আৰু খ্ৰীষ্টান কুকিসকলৰ মাজত অৰ্থনৈতিক লাভালাভ, চৰকাৰী চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত সংৰক্ষিত আসনক লৈ সময়ে সময়ে সংঘৰ্ষ হৈ আহিছে। একে সময়তে, কিছু সময়ৰ শান্তিৰ পিছতেই, জাতিগত হিংসাৰ পুনৰ এবাৰ উত্থান হৈছে।

      সূত্ৰ অনুসৰি, সাম্প্ৰতিক কিছু পৰিঘটনাই মণিপুৰত হিংসাত্মক পৰিস্থিতি বৃদ্ধিৰ কাৰণ হৈ উঠিছে। অৱশ্যে, ৰাজ্যখনৰ এই পৰিস্থিত সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ যথেষ্ট সতৰ্ক হৈ উঠিছে।

      দৰাচলতে, বিগত দুসপ্তাহত মণিপুৰত জাতিগত হিংসাৰ পুনৰুত্থানৰ তাৎক্ষণিক কাৰণ আছিল কিছু আনুষ্ঠানিক পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত। ৰাজ্যখনত অসম ৰাইফলছৰ কণ্টিজেণ্ট হ্ৰাস কৰি তাৰ ঠাইত চিআৰপিএফৰ একাংশ কণ্টিজেণ্ট স্থাপন কৰাৰ সিদ্ধান্ত ফলত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছিল।

      মণিপুৰৰ পৰা অসম ৰাইফলছৰ দল হ্ৰাস কৰাৰ সিদ্ধান্তই ৰাজ্যখনৰ কুকি জনগোষ্ঠীৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। যিহেতু অৰ্ধসামৰিক বাহিনী অসম ৰাইফলছত যথেষ্ট সংখ্যক কুকি লোক আছে, চিআৰপিএফে তেওঁলোকৰ সৈতে কেনে ব্যৱহাৰ কৰিব সেই লৈ কুকি সম্প্ৰদায়ৰ লোক চিন্তিত হৈ পৰিছে।

      মণিপুৰত তিনিদিনীয়া গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত, ৰাজ্যখন লাহে লাহে শান্তিৰ দিশে আগবাঢ়িছে। তিনিদিনীয়া বৈঠকৰ পিছত, এটা বেটেলিয়ন সলনি কৰা হয়, যাৰ ফলত তাত থকা লোকসকলৰ আস্থা পুনৰুদ্ধাৰ হয়।

      ইফালে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে মন্তব্য প্ৰকাশ কৰি কয় যে, মণিপুৰৰ হিংসাত ব্যবহৃত অস্ত্ৰসমূহ সামাজিক মাধ্যমত অতিৰঞ্জিত কৰা হৈছে। হিংসাৰ সময়ত ব্যৱহৃত অত্যাধুনিক অস্ত্ৰবোৰ সম্পূৰ্ণৰূপে বৰ্ণনা কৰা বা দেখুওৱা হোৱা নাই। আনকি ছ’চিয়েল মিডিয়াত দেখুওৱা বহুতো অস্ত্ৰ-শস্ত্ৰ আৰু হিংসাৰ ভিডিঅ’ চুবুৰীয়া ম্যানমাৰৰ, যিবোৰ মণিপুৰৰ বুলি দেখুওৱা হৈছে।

      Tags: #Assam#ManipurKuki Tribe

      Related Posts

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      Top News

      June 4, 2025
      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ
      BIG BREAKING

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      June 4, 2025
      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      June 4, 2025
      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন
      Top News

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      June 4, 2025
      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ
      Top News

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      June 4, 2025
      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…
      Top News

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      June 4, 2025

      শীৰ্ষ সংবাদ

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist