• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 4, 2025
26 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    নৱ গঠিত তিতাবৰ আৰু যোৰহাট সমষ্টিত আৱতৰীয়া দিপাৱালী; কিন্তু কিয়? জানক সবিশেষ

    ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে

    ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      অগ্নিগৰ্ভা মণিপুৰ! পুনৰ কৰ্তন কৰা হ’ল ইন্টাৰনেট পৰিসেৱা

      Nation NE by Nation NE
      September 11, 2024
      in Top News, মণিপুৰ
      0 0
      অগ্নিগৰ্ভা মণিপুৰ! পুনৰ কৰ্তন কৰা হ’ল ইন্টাৰনেট পৰিসেৱা
      Share on FacebookShare on TwitterWhatsApp

      মণিপুৰত পুনৰ কৰ্তন কৰা হ’ল ইন্টাৰনেট পৰিসেৱা। মণিপুৰ চৰকাৰে ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে। অহা ১৫ চেপ্টেম্বৰলৈ সমগ্ৰ মণিপুৰত কৰ্তন কৰা হ’ব ইণ্টাৰনেট পৰিসেৱা।

      ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভুল তথ্য আৰু প্ৰজ্বলনমূলক বিষয়বস্তু বিয়পি পৰাৰ উদ্বেগৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

      উল্লেখ্য যে, মণিপুৰৰ বিভিন্ন ঠাইত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত বিভিন্ন স্থানত খণ্ড যুদ্ধ হোৱা দেখা  গৈছে। আৰক্ষী আৰু সেনা বাহিনীয়ে প্ৰতিবাদকাৰীৰ প্ৰতি লক্ষ্য কৰি শূন্য লৈ গুলি আৰু গেছ নিক্ষেপ কৰে।

      মণিপুৰৰ তিনি খন জিলাত আইন পৰিস্থিতি উত্তপ্ত হোৱাৰ ফলত সান্ধ্য আইন জাৰি কৰা হৈছে। মণিপুৰৰ ইম্পাল ইষ্ট , উষ্ঠত আৰু থৌবাল জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে। তিনি জিলাৰ এই পৰিস্থিতিক লৈ জিলা প্ৰশাসনে জাৰি কৰিলে সান্ধ্য আইন।

      মণিপুৰত মিথেই আৰু কুকি সম্প্ৰদায়ৰ গোষ্ঠী সংঘৰ্ষৰ ফলতেই এই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে, অহা ১২ ছেপ্তেম্বৰলৈ মণিপুৰৰ সকলো শিক্ষা-প্রতিষ্ঠান, মহাবিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

      এই দুই সম্প্ৰদায়ৰ গোষ্ঠী সংঘাতে মণিপুৰত ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে। আনফালে, ছাত্ৰ সমাজৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে মণিপুৰ। দুই দিন ধৰি মণিপুৰত ছাত্ৰ সকলৰ এই প্ৰতিবাদ অব্যাহত হৈ আছে।

      Tags: #ManipurinternetNortheast

      Related Posts

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      Top News

      June 4, 2025
      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ
      BIG BREAKING

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      June 4, 2025
      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      June 4, 2025
      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন
      Top News

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      June 4, 2025
      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ
      Top News

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      June 4, 2025
      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…
      Top News

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      June 4, 2025

      শীৰ্ষ সংবাদ

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist