• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এই পাঁচগৰাকী নেতাক পৰাস্ত কৰি কেনেকৈ প্ৰধানমন্ত্ৰী হৈছিল ড০ মনমোহন সিং?

Nation NE by Nation NE
December 27, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
এই পাঁচগৰাকী নেতাক পৰাস্ত কৰি কেনেকৈ প্ৰধানমন্ত্ৰী হৈছিল ড০ মনমোহন সিং?
Share on FacebookShare on TwitterWhatsApp

২০০৪ চনৰ ১৮ মে’। অটল বিহাৰী বাজপেয়ীৰ চৰকাৰক পৰাস্ত কৰি কংগ্ৰেছৰ নেতৃত্বত ইউ পি এ চৰকাৰ গঠন হ’বলৈ ওলাইছিল। ছোনিয়া গান্ধী যে, প্ৰধানমন্ত্ৰী হ’ব সেয়া নিশ্চিত বুলি বিবেচিত হৈছিল, পিছে তেতিয়াই ৰামবিলাস পাছৱানে ছোনীয়া প্ৰধানমন্ত্ৰী হোৱা নাই বুলি তথ্য লাভ কৰে।

তাৰ পিছতেই তেতিয়াৰ ইউ পি এ মিত্ৰজোঁট আচৰিত হৈছিল যে, এতিয়া প্ৰধানমন্ত্ৰী কোন হ’ব? কিন্তু তাৰ পিছত উত্থাপিত হোৱা এটা নামে চৌদিশে যথেষ্ট জোকাৰণিৰ সৃষ্টি  কৰিছিল। সেই নাম আছিল ড০ মনমোহন সিং।

২০০৪ চনত ছোনিয়া গান্ধী প্ৰধানমন্ত্ৰী হ’বলৈ অস্বীকাৰ কৰাৰ পিছত ড০ মনমোহন সিঙক প্ৰধানমন্ত্ৰীৰ পদ দিয়া হয়। সেই সময়ত ৰাজ্যসভাত কংগ্ৰেছ নেতাৰ বিৰোধী আছিল। আনকি তেতিয়াৰ ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামে মনমোহন সিং প্ৰধানমন্ত্ৰী হ’ব বুলিও দাবী কৰিছিল যদিও, এই সন্দৰ্ভত আনুষ্ঠানিক তথ্য শেষ মুহূৰ্তত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা দিয়া হৈছিল।

ছোনিয়াৰ অস্বীকাৰৰ পিছত এই ৫ গৰাকী নেতা প্ৰতিদ্বন্দ্বী হৈ পৰিছিল-

ছোনীয়া গান্ধীয়ে কিয় প্ৰধানমন্ত্ৰী পদ গ্ৰহণ কৰা নাছিল, সেই সন্দৰ্ভত বিভিন্ন দাবী উত্থাপন হৈছিল, যদিও ছোনিয়াৰ অস্বীকাৰৰ পিছত কংগ্ৰেছৰ ৰাজনৈতিক মহলৰ ৫ গৰাকী নেতাক অপেক্ষাত প্ৰধানমন্ত্ৰী বুলি অভিহিত কৰা হয়।

সেইসকলৰ ভিতৰত প্ৰণৱ মুখাৰ্জী, অৰ্জুন সিং, এন ডি তিৱাৰী, শিৱৰাজ পাটিল আৰু পি চিদাম্বৰম আদিৰ নাম প্ৰধান আছিল।

প্ৰণৱ মুখাৰ্জী:– তেওঁ আছিল কংগ্ৰেছৰ আটাইতকৈ জ্যেষ্ঠ নেতা। ইন্দিৰা গান্ধীৰ সময়ৰ পৰাই তেওঁ কেন্দ্রত মন্ত্রী পদত অধিষ্ঠিত হৈ আছিল৷ দলৰ অধিকাংশ নেতাই তেওঁক এই চকীখনত অধিস্থিত হোৱাটো বিচাৰিছিল, যদিও প্ৰণৱে মুখাৰ্জী প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে। যাৰ বাবে তেওঁ কেইবাবাৰো দুখ প্ৰকাশ কৰে। মনমোহন চৰকাৰৰ বিত্ত আৰু প্ৰতিৰক্ষা মন্ত্ৰী আছিল প্ৰণৱ মুখাৰ্জী।

অৰ্জুন সিংহ– তেওঁক গান্ধী পৰিয়ালৰ ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল। ৰাজীৱ আৰু ছোনিয়া গান্ধীৰ সৈতে উৎকৃষ্ট সম্পৰ্ক আছিল। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে থকা অৰ্জুন সিংহ মিত্ৰ দলসমূহৰ প্ৰিয় নেতাও আছিল। পিছলৈ অৰ্জুন সিঙক মনমোহন চৰকাৰত শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

এন ডি তিৱাৰী– উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত এন ডি তিৱাৰীও আছিল প্ৰধানমন্ত্ৰী পদৰ বাবে এক ডাঙৰ প্ৰতিদ্বন্দ্বী। তিৱাৰীক গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ বুলিও গণ্য কৰা হৈছিল। অৱশ্যে তিৱাৰীয়েও প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰিব নোৱাৰিলে।

শিৱৰাজ পাটিল– মহাৰাষ্ট্ৰৰ শক্তিশালী নেতা শিৱৰাজ পাটিলও আছিল প্ৰধানমন্ত্ৰীৰ প্ৰধান প্ৰতিদ্বন্দ্বী। যিহেতু মুম্বাইক অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয় আৰু মুম্বাইত পাটিলৰ দখল আছিল। পিছত পাটিলক মনমোহন সিঙৰ চৰকাৰত গৃহমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

পি চিদাম্বৰম– অৰ্থনীতিবিদ পি চিদাম্বৰমও প্ৰধানমন্ত্ৰী পদৰ প্ৰধান প্ৰতিদ্বন্দ্বী আছিল। মনমোহন চৰকাৰত চিদাম্বৰমক গৃহ আৰু বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।

মনমোহন সিঙে কিদৰে জয়লাভ কৰে?

মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱাৰ সপক্ষে ৩টা ডাঙৰ কাৰকে অন্তৰ্ভূক্ত হৈ আছিল। প্ৰথম কাৰক আছিল মনমোহন সিং কোনো গোটৰ অন্তৰ্গত নহয়। সেই সময়ত দক্ষিণ আৰু উত্তৰৰ লগতে কংগ্ৰেছত বহু ফৈদ সক্ৰিয় হৈ আছিল। নৰসিংহ ৰাওৰ চৰকাৰত এই দলীয়তাবাদৰ বাবেই কংগ্ৰেছ পৰাজিত হয়।

দ্বিতীয়তে মনমোহন সিঙৰ ৰাজনৈতিক ব্যক্তি নোহোৱাটোও তেওঁৰ বাবে উপকাৰী বুলি প্ৰমাণিত হৈছিল। ২০০৪ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল ৰাহুল গান্ধীয়ে। এনে পৰিস্থিতিত মনমোহন সিঙৰ বাহিৰে আন কোনো ৰাজনৈতিক ব্যক্তিক যদি প্ৰধানমন্ত্ৰী পদ দিয়া হয়, তেন্তে ৰাহুলৰ ভৱিষ্যত সহজ নহ’লহেঁতেন।

তৃতীয় কাৰক আছিল মনমোহন সিঙৰ কাম। মনমোহন সিং বিত্তমন্ত্ৰী হৈ থকাৰ সময়ত ভাৰতক অৰ্থনৈতিক সংকটৰ পৰা উলিয়াই আনিছিল। আনকি ২০০৪ চনতো কংগ্ৰেছে অৰ্থনৈতিক নীতি আৰু নিয়োগৰ সৈতে জড়িত বহু প্ৰতিশ্ৰুতি দিছিল, যিটো পূৰণ কৰিবলৈ এজন দূৰদৰ্শী নেতাৰ প্ৰয়োজন আছিল। ইয়াত ড০ মনমোহন সিং উত্তম বুলি প্ৰমাণিত হয়।

Tags: #CongressManmohan SinghPrime Minister

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025