• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
22 °c
Guwahati
21 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব্ৰঞ্জ পদকেৰে পেৰিছত মনু ভাকৰ আৰু সৰবজোৎ সিঙে ৰচিলে ইতিহাস

Nation NE by Nation NE
July 30, 2024
in Top News, ক্ৰীড়া
0 0
ব্ৰঞ্জ পদকেৰে পেৰিছত মনু ভাকৰ আৰু সৰবজোৎ সিঙে ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

পেৰিছ অলিম্পিকৰ চতুৰ্থ দিনটোত ভাৰতীয় শ্বুটাৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড ইভেণ্টত ব্ৰঞ্জ পদক অৰ্জন কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়।

এই পদক জয়ৰ লগে লগে মনু ভাকৰে গঢ়িলে এক অনন্য অভিলেখ। একেটা অলিম্পিকত দুটা পদক জয় কৰা একমাত্ৰ ভাৰতীয় এথলীটৰূপে পৰিগণিত হ’ল মনু ভাকৰ।

দ্বিতীয়টো পদক জয় কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মনু ভাকৰে কয় যে সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো আৰু বহুত কৃতজ্ঞতা… এয়া মাথো আশীৰ্বাদ। সকলো আশীৰ্বাদ আৰু মৰমৰ বাবে ধন্যবাদ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদকো নিশ্চিত কৰিছিল মনু ভাকৰে। এয়াৰ পিষ্টলত ভাৰতীয় খেলুৱৈ মনু ভাকৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

পদক নিশ্চিত হোৱাৰ পিছতে মনু ভাকৰে অলিম্পিকত এয়াৰ পিষ্টলত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।

স্মৰ্তব্য যে পেৰিছ অলিম্পিকত ভাৰতে এই পৰ্যন্ত দুটা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

Tags: BronzeManu BhakerMedalParis Olympics 2024Sarabjot SinghShooting

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025