• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 19, 2026
23 °c
Guwahati
23 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ এইগৰাকী তাৰকা অলৰাউণ্ডাৰে ল’লে অৱসৰ

Nation NE by Nation NE
February 6, 2025
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ এইগৰাকী তাৰকা অলৰাউণ্ডাৰে ল’লে অৱসৰ
Share on FacebookShare on TwitterWhatsApp

অষ্ট্ৰেলিয়াৰ তাৰকা অল ৰাউণ্ডাৰ মাৰ্কাছ ষ্ট’ইনিছে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ৫০ অভাৰৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ষ্ট’ইনিছে খেলিছে মুঠ ৭১খন মেচ।

বৃহস্পতিবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে টি-২০ ক্ৰিকেটত অধিক মনোনিৱেশ কৰাৰ বাবে ষ্ট’ইনিছে ৫০ অভাৰৰ ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এদিনীয়াৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে এতিয়া তেওঁৰ ঠাইত চেম্পিয়নছ ট্ৰফীৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াই আন এজন খেলুৱৈক অন্তৰ্ভুক্ত কৰিব।

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰাৰ বাবে মই নিজকে ধন্য বুলিও ক্ৰিকেট অষ্ট্ৰেলিয়াই প্ৰকাশ কৰা বিবৃতিত ষ্ট’ইনিছে প্ৰকাশ কৰে।

অষ্ট্ৰেলিয়াৰ হৈ দহ বছৰ পূৰ্বে অৰ্থাত ২০১৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে অল্ড ট্ৰেফৰ্ডত এদিনীয়া কেৰিয়াৰ আৰম্ভ হৈছিল আৰু একেটা ভ্ৰমণতে তেওঁ প্ৰথম আন্তঃৰাষ্ট্ৰীয় টি-২০ও খেলাৰ সুযোগ লাভ কৰিছিল।

২০২৩ বৰ্ষত ভাৰতত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়া দলৰ গুৰুত্বপূৰ্ণ সদস্য আছিল মাৰ্কাছ ষ্ট’ইনিছ। তেওঁ ২০১৮-১৯ বৰ্ষত দেশৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ সন্মানো লাভ কৰিছিল।

৭১ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত ষ্ট’ইনিছে ১৪৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে লাভ কৰিছে ৪৮টা উইকেট।

Tags: #cricketAustraliaChampions TrophyMarcus StoinisODI

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026
শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025