• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

AFSPA প্ৰত্যাহাৰৰ দাবীত মণিপুৰত বিশাল ৰেলী

Nation NE by Nation NE
December 10, 2024
in Top News, মণিপুৰ, ৰাষ্ট্ৰীয়
0 0
AFSPA প্ৰত্যাহাৰৰ দাবীত মণিপুৰত বিশাল ৰেলী
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন আৰু বিগত বৰ্ষৰ মে’ মাহৰ পৰা ৰাজ্যখনত চলি থকা অস্থিৰ পৰিৱেশৰ বিৰুদ্ধে এক বৃহৎ ৰেলী অনুষ্ঠিত হয়।

গান্ধী স্মাৰক প্ৰেক্ষাগৃহৰ মাজেৰে সমদল উলিওৱা এই সমাৱেশৰ সামৰণি পৰে ইম্ফল পূৱৰ খুমান লম্পক মূল ষ্টেডিয়ামত। এই পথত অংশগ্ৰহণকাৰীসকলে ‘মণিপুৰ নিঃশেষ নকৰিব’, ‘আফস্পা বাতিল কৰক’, ‘মণিপুৰ দীৰ্ঘায়ু’ আৰু ‘আত্মনিয়ন্ত্ৰণ আমাৰ জন্মগত অধিকাৰ’ আদি শ্লোগানেৰে উত্তাল কৰি তোলে।

আমুকো, পইৰেই লেইমাৰল, আমাৱ’ভা, চিভিল ছ’চাইটি ক’লিচন ফৰ হিউমেন ৰাইটছ (চিঅ’এইচআৰ) আৰু মণিপুৰ ষ্টুডেণ্টছ ফেডাৰেচন (এমএছএফ)ৰ যৌথ উদ্যোগত এই বিক্ষোভৰ আয়োজন কৰা হয়।

এই সমাৱেশৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে ইম্ফলৰ ৰাজভৱনলৈ যোৱা পথৰ কাষত বেৰিকেড স্থাপন কৰে।

অল মণিপুৰ ইউনাইটেড ক্লাবছ অৰ্গেনাইজেশ্যনৰ সভাপতি পি নাণ্ডো লুৱাঙে অভিযোগ কৰে যে মণিপুৰত চলি থকা অস্থিৰতাকে ধৰি কিছুমান সম্প্ৰদায়ভিত্তিক সশস্ত্ৰ সংগঠনক মিছা প্ৰতিশ্ৰুতি দি হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ বাবে নতুন দিল্লী দায়ী।

উল্লেখ্য যে, বিগত বৰ্ষৰ মে’ মাহৰ পৰা মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল আৰু এই সংঘৰ্ষৰ ফলত ৰাজ্যখন অস্থিৰ হৈ পৰাৰ লগতে বহু লোকে প্ৰাণ হেৰুওৱাৰ উপৰি আন বহু লোক গৃহহীন হৈ পৰিছে।

Tags: #ManipurAFSPAKukiMeitei

Related Posts

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত
Top News

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025