• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 4, 2026
28 °c
Guwahati
28 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১০ মিনিটৰ বাবে প্ৰাণহীন এগৰাকী যুৱতী! দেখিলে ২০৩০ ৰ জগতখন; অভিজ্ঞতাই স্তম্ভিত কৰে সকলোকে

Nation NE by Nation NE
April 4, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১০ মিনিটৰ বাবে প্ৰাণহীন এগৰাকী যুৱতী! দেখিলে ২০৩০ ৰ জগতখন; অভিজ্ঞতাই স্তম্ভিত কৰে সকলোকে
Share on FacebookShare on TwitterWhatsApp

মেক্সিকোৰ এগৰাকী যুৱতীৰ চাঞ্চল্যকৰ দাবী। তেওঁৰ অভিজ্ঞতাৰ বৰ্ণনাই জনসাধাৰণ আৰু বিজ্ঞানী উভয়কে আচৰিত কৰি তুলিছে।

মেক্সিকোৰ এই যুৱতীগৰাকীয়ে দাবী কৰিছে যে ১০ মিনিটৰ ক্লিনিকেল মৃত্যুৰ সময়ছোৱাত তেওঁক ভৱিষ্যতলৈ অৰ্থাৎ ২০৩০ চনলৈ লৈ যোৱা হৈছিল। চেতনা ঘূৰাই পোৱাৰ পিছত তেওঁ যি অভিজ্ঞতাৰ বৰ্ণনা কৰিছিল, সেই বৰ্ণনাই সকলোৱে আচৰিত কৰি তুলিছে।

খবৰ অনুসৰি, বিগত বৰ্ষৰ এপ্ৰিল মাহত হাওঁফাওঁত তেজ জমা হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল ২৪ বছৰীয়া চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ৰুবী ৰ’লগু। অৱস্থা বেয়া হোৱাৰ লগে লগে তেওঁৰ হাৰ্ট এটেক আহে আৰু চিকিৎসকে তেওঁক প্ৰায় ১০ মিনিটৰ বাবে ক্লিনিকেলভাৱে মৃত বুলি ঘোষণা কৰে। পৰিয়ালকো তেওঁৰ সংকটজনক অৱস্থাৰ বিষয়ে অৱগত কৰা হয়।

চেতনা ঘূৰাই পোৱাৰ পিছত ৰুবীয়ে কয় যে, সেই ১০ মিনিটৰ ভিতৰত ২০৩০ চনত নিজকে বিচাৰি পাইছিল।তেওঁৰ মতে ভৱিষ্যতৰ পৃথিৱীখন আজিৰ তুলনাত অধিক শান্তিপূৰ্ণ আৰু সংগঠিত আছিল। তেওঁ দাবী কৰিছিল যে, প্ৰযুক্তি আৰু স্বয়ংক্ৰিয়কৰণে সাধাৰণ মানুহৰ জীৱন সহজ কৰি তুলিছে আৰু তেওঁলোকে যেন পৰিয়াল আৰু সমাজৰ সৈতে অধিক সময় অতিবাহিত কৰিছে।

ৰুবীৰ মতে অভিজ্ঞতা ইমানেই অতিবাস্তৱ আছিল যে চিকিৎসালয়ত চকু মেলিলে বাস্তৱ জগতলৈ ঘূৰি আহিবলৈ অসুবিধা পাইছিল।ৰুবীয়ে কয় যে, ভৱিষ্যতৰ শান্তিৰ পিছত বৰ্তমানৰ ব্যস্ত জগতখনলৈ ঘূৰি অহাটো “নৰক”যেন অনুভৱ হয়। যদিও বিজ্ঞানীসকলে এনে দাবীক প্ৰায়ে মগজুৰ জটিল কাৰ্য্যকলাপ আৰু “মৃত্যুৰ ওচৰৰ অভিজ্ঞতা”ৰ সৈতে জড়িত কৰে, তথাপিও এই পৰিঘটনাটো আলোচনাৰ বিষয় হৈয়েই আছে।

Tags: ClinicalexperienceMaxico

Related Posts

নাচিকত মৰ্মান্তিক দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৯ জনকৈ লোকৰ সৈতে কৰুণ ঘটনা
Top News

নাচিকত মৰ্মান্তিক দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৯ জনকৈ লোকৰ সৈতে কৰুণ ঘটনা

April 4, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

ভাৰতৰ বাবে সুখবৰ! এল পি জি টেংকাৰ গ্ৰীণ ছানভিয়ে অতিক্ৰম কৰিলে হৰমুজ জলদ্বীপ; কেতিয়া আহি পাব মুম্বাই?

April 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 4, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

April 3, 2026

শীৰ্ষ সংবাদ

১০ মিনিটৰ বাবে প্ৰাণহীন এগৰাকী যুৱতী! দেখিলে ২০৩০ ৰ জগতখন; অভিজ্ঞতাই স্তম্ভিত কৰে সকলোকে

নাচিকত মৰ্মান্তিক দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৯ জনকৈ লোকৰ সৈতে কৰুণ ঘটনা

ভাৰতৰ বাবে সুখবৰ! এল পি জি টেংকাৰ গ্ৰীণ ছানভিয়ে অতিক্ৰম কৰিলে হৰমুজ জলদ্বীপ; কেতিয়া আহি পাব মুম্বাই?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025