• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মিজোৰামত যথেষ্ট হাৰত বিয়পিছে এক মাৰাত্মক ৰোগ!

Nation NE by Nation NE
February 27, 2025
in Top News, মিজোৰাম
0 0
মিজোৰামত যথেষ্ট হাৰত বিয়পিছে এক মাৰাত্মক ৰোগ!
Share on FacebookShare on TwitterWhatsApp

মিজোৰামত দ্ৰুতগতিত বৃদ্ধি পাইছে হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ অৰ্থাৎ HIV। উত্তৰ-পূব ৰাজ্যখনত HIV ৰ প্ৰাদুৰ্ভাৱৰ হাৰ ২.৭৩ শতাংশ, যি ৰাষ্ট্ৰীয় গড় ০.২তকৈ বহু বেছি।

মিজোৰাম ষ্টেট এইডছ কণ্ট্ৰল ছ’চাইটি (এমএছএচিএছ)ৰ প্ৰকল্প সঞ্চালক ডাঃ জেন আৰ ৰালটে কয় যে, ২০২৫ চনৰ জানুৱাৰী মাহলৈকে মিজোৰামত ৩২,২৮৭ জন HIV পজিটিভ ধৰা পৰিছে, ইয়াৰে ৫,৫১১ জন লোকে প্ৰাণ হেৰুৱাইছে। কেৱল ২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত ১,৭৬৯ জন নতুনকৈ এই ৰোগত আক্ৰান্ত ধৰা পৰিছে।

মিজোৰাম চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, মুঠ ৰোগীৰ ৬৭% অসুৰক্ষিত যৌন কাৰ্য্যৰ বাবে HIV  সংক্ৰমিত হোৱাৰ বিপৰীতে ৩০.৪৪% ৰোগীয়ে সংক্ৰমিত বেজী ব্যৱহাৰৰ বাবে HIV ত সংক্ৰমিত হৈছে। মিজোৰামত HIV আক্ৰান্তক নিয়ন্ত্ৰণৰ বাবে মানুহক সজাগ কৰা হৈছে। ইতিমধ্যে এই ৰোগৰ সংক্ৰমণ আৰু প্ৰতিৰোধ সম্পৰ্কে সকলোকে তথ্য দিয়া হৈছে। HIV আক্ৰান্ত ৰোগীক এ আৰ টি ঔষধৰ বিষয়ে অৱগত কৰা হৈছে। এই ঔষধে HIV নিয়ন্ত্ৰণত ৰাখে আৰু ইয়াক HIV লৈ পৰিণত হ’বলৈ নিদিয়ে।

এই সমস্যা সন্দৰ্ভত মেডিচিনৰ বিশেষজ্ঞ ডাঃ যুগল কিশোৰে কয় যে HIV ৰ মূল কাৰণ হ’ল- অসুৰক্ষিত যৌন সম্পৰ্ক। কিন্তু বিগত কেইবছৰমানৰ পৰা ড্ৰাগছ আসক্তিও এই ৰোগ বৃদ্ধিৰ এটা প্ৰধান কাৰণ। বহুতে একেটা বেজী ব্যৱহাৰ কৰি ড্ৰাগছ সেৱন কৰে আৰু সেয়েহে HIV ৰ বলি হৈছে।

Tags: #MizoramAIDSHIV

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025