• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দেশত এতিয়াও অটুট `ব্ৰেণ্ড মোদী’ৰ প্ৰভাৱ

      Nation NE by Nation NE
      December 21, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…
      Share on FacebookShare on TwitterWhatsApp

      জনপ্ৰিয়তা হ্ৰাস হোৱা নাই প্ৰধানমন্ত্ৰী মোদীৰ। বৰ্তমানেও দেশত অটুট আছে ব্ৰেণ্ড মোদীৰ জনপ্ৰিয়তা। শেহতীয়া এক সমীক্ষাত এই কথা পোহৰলৈ আহিছে যে বহুচৰ্চিত যুৱ নেতৃত্বৰ প্ৰভাৱ আৰু প্ৰচাৰেও যেন ম্লান কৰিব পৰা নাই মোদীৰ জনপ্ৰিয়তা।

      ২০১৪ চনত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। কিন্ত সময়তেই দেশজুৰি মোদী তীব্ৰ লহৰ চলিছিল।২০১৩ চনৰ ছেপ্তেম্বৰ মাহত প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ নাম প্ৰক্ষেপ কৰিছিল বিজেপিয়ে।

      ২০১৪ আৰু ২০১৯ ত বিশালসংখ্যক আসনেৰে দেশ শাসনৰ দ্বায়িত্ব লৈছিল নৰেন্দ্ৰ মোদীৰ দল বিজেপিৰ নেতৃত্বত গঢ়ি উঠা এন ডি য়ে। ২০২৪ ত সেই লহৰত সামান্য যতি পৰে, যদিও শাসনলৈ অহাৰ বাট ৰুদ্ধ হোৱা নাই এতিয়াও।

      মোদীৰ কান্ধত ভৰ থৈয়েই পুনৰ এবাৰ শাসনলৈ আহে বিজেপি নেতৃত্বাধীন এন ডি য়ে। ক্ৰমাগত ১০ বছৰ দেশৰ প্ৰধানমন্ত্ৰী পদত থকাৰ পিছত বিশ্বজুৰি তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। তেওঁৰ বাগ্মিতাত মুগ্ধ দেশ-বিদেশৰ লাখ লাখ অনুৰাগী। সেই মোদীৰ জনপ্ৰিয়তাক লৈ শেহতীয়া এক সমীক্ষাই দিছে কিছু গুৰুত্বপূৰ্ণ তথ্য।

      বিশেষকৈ হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পিছত মোদীৰ জনপ্ৰিয়তা যে অটুট আছে সেয়া স্পষ্ট হৈ পৰিছে। মহাৰাষ্ট্ৰৰ নিৰ্বাচনত বিৰোধী কাৰ্যতঃ ধুলিস্যাত হৈছে। ২৮৮ জনীয়া বিধানসভাত মহাযুটীয়ে পাইছিল ২৩৫ আসন। বিজেপিয়ে অকলেই পাইছিল ১৩২ খন আসন।

      এক সমীক্ষাত এই দাবী কৰা হৈছে যে, প্ৰধানমন্ত্ৰীৰ সন্মুখত নিষ্প্ৰভ হৈ ৰৈছে সমস্ত বিৰোধী। চৰকাৰ আহিলে দেশৰ সংবিধান সলনি কৰিব বুলি বিজেপিৰ বিৰুদ্ধে চলোৱা কংগ্ৰেছৰ প্ৰচাৰে সমূলি প্ৰভাৱ পেলাব নোৱাৰিলে।

      ২৫ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰ পৰ্যন্ত চলোৱা হৈছিল এই সমীক্ষা। এই সমীক্ষাৰ সময়ত মহাৰাষ্ট্ৰত ৭৬,৮৩০ জনৰ মতামত লোৱা হৈছিল। একেদৰে হাৰিয়ানাত লোৱা হৈছিল ৫৩,৬৪৭ জনৰ মতামত।লোকসভা নিৰ্বাচনত বিজেপিৰ আসন কমিলেও মোদীৰ ওপৰত যে আস্থা অটুট আছে সেয়া প্ৰতিপন্ন হৈছিল মহাৰাষ্ট্ৰৰ ৫৫ শতাংশ ভোটাৰৰ মতামতত। একেদৰে হাৰিয়ানাৰ ৫৩ শতাংশ ভোটাৰে মোদীৰ ওপৰত আস্থা পোষণ কৰিছে বুলি কোৱা হৈছে এই সমীক্ষাত।

      Tags: IndiaModiPrime Minister

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist