• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৪ মাহৰ মূৰত দললৈ উভতিল মহম্মদ ছামী; উৎফুল্লিত ক্ৰিকেট অনুৰাগী

Nation NE by Nation NE
January 28, 2025
in Top News, ক্ৰীড়া
0 0
১৪ মাহৰ মূৰত দললৈ উভতিল মহম্মদ ছামী; উৎফুল্লিত ক্ৰিকেট অনুৰাগী
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা পাঁচখন মেচৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ তৃতীয়খন মেচ আজি ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। য’ত দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

আঘাতৰ বাবে বিগত ১৪ মাহ দলৰ পৰা বাহিৰ হৈ থকা অভিজ্ঞ বেগী বলাৰ মহম্মদ ছামীয়ে আজিৰ মেচখনৰ জৰিয়তে পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহিছে।

টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা সূৰ্যকুমাৰ যাদৱে কয় যে আজিৰ মেচখনত অৰ্শদীপক জিৰণি দিয়া হৈছে আৰু মহম্মদ ছামীৰ প্ৰত্যাৱৰ্তন ঘটিছে।

মহম্মদ ছামীৰ দললৈ প্ৰত্যাৱৰ্তন ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে।

এক্স ব্যৱহাৰকাৰী এজনে লিখিছে, ‘ছামীৰ অপেক্ষা অন্ত পৰিল!’ আন এজনে লিখিছে, ‘অৱশেষত দললৈ ঘূৰি আহিছে মহম্মদ ছামী। আশা কৰো এই মেচখনৰ পৰা কিছু ইতিবাচক ফলাফল ওলাব।’

আজিৰ মেচখনৰ মূল একাদশ

ভাৰত- সঞ্জু ছেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক বৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ধ্ৰুৱ জুৰেল, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, মহম্মদ ছামী, ৰবি বিষ্ণোই আৰু বৰুণ চক্ৰৱৰ্তী।

ইংলেণ্ড- ফিলিপ ছল্ট, বেন ডাকেট, জছ বাটলাৰ (অধিনায়ক), হেৰী ব্ৰুক, লিয়াম লিভিংষ্টন, জেমী স্মিথ (উইকেটকীপাৰ), জেমী অভাৰটন, ব্ৰাইডন কাৰ্ছ, জফ্ৰা আৰ্চাৰ, আদিল ৰাছিদ আৰু মাৰ্ক উড।

Tags: India vs EnglandMohammed ShamiT-20

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025