• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 24, 2026
23 °c
Guwahati
24 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 7, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • ৰাজধানী দিল্লীত মাজনিশা ফেইজ-এ-এলাহি মছজিদৰ সমীপত বৃহৎ উচ্ছেদ। ৬ জানুৱাবীৰ মাজনিশা ৩০খন বুলড’জাৰেৰে চলিল এই উচ্ছেদ।মছজিদৰ সমীপত অবৈধভাৱে নিৰ্মাণ কৰা সম্পত্তি খহাই দিয়ে প্ৰশাসনে। উচ্ছেদক বাধা দিবলৈ মাজনিশা একাংশই সৃষ্টি কৰে তীব্ৰ উত্তেজনাৰ। আনহাতে আৰক্ষীলৈ লক্ষ্য কৰি একাংশ লোকে শিলাবৰ্ষণো কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে নিক্ষেপ কৰে কন্দুৱা গেছ।
  • ৪ জানুৱাৰীত নেপালৰ পাৰ্ছাৰ বীৰগঞ্জত হিংসাত্মক সংঘৰ্ষ সংঘটিত হয়। এটা মছজিদ ভাঙি তচনচ কৰাৰ অভিযোগৰ পিছতে দুটা সম্প্ৰদায়ৰ মাজত উত্তেজনা সৃষ্টি হয়। বীৰগঞ্জত সম্প্ৰতি প্ৰশাসনে জাৰি কৰিছে সান্ধ্য আইন। বীৰগঞ্জত সৃষ্টি হোৱা অশান্তিৰ বাবে ভাৰতৰ সীমান্ততো সতৰ্কতা জাৰি কৰা হৈছে। ২০২৫ চনত জেন-জি আন্দোলনৰ সময়ত হোৱা অভ্যুত্থানৰ পিছত নেপালত ২০২৬ চনৰ ৫ মাৰ্চত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ হ’বলৈ গৈ আছে। শেহতীয়াকৈ নেপালত সাম্প্ৰদায়িক ঘটনাও সংঘটিত হৈছে। শনিবাৰে উজনি ধনুষা জিলাত এটা মছজিদ ভাঙি লণ্ডভণ্ড কৰা হয়। ইয়াৰ পিছতে নেপালৰ পাৰ্ছা জিলাৰ স্থানীয় প্ৰশাসনে ভাৰতৰ ৰক্সাউল সীমান্তৰ সীমান্তৱৰ্তী বীৰগঞ্জৰ কিছু অংশত ৫ জানুৱাৰীত সান্ধ্য আইন জাৰি কৰে।
  • ৬ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলা সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰে। তেওঁ নিজৰ সামাজিক মাধ্যমত উল্লেখ কৰে যে, ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন চৰকাৰে আমেৰিকাক ৩০ৰ পৰা ৫ কোটি বেৰেল উচ্চমানৰ তেল বিক্ৰী কৰিব। ট্ৰাম্পৰ মতে এই তেল বজাৰ মূল্যত আমেৰিকাত উপলব্ধ হ’ব। ড’নাল্ড ট্ৰাম্পে কয় যে, তেওঁ তেল বিক্ৰীৰ পৰা পোৱা ধনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব আৰু এই ধন দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা হ’ব। তেওঁ লগতে কয় যে তেওঁ শক্তি সচিব ক্ৰীছ ৰাইটক এই পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। ষ্ট’ৰেজ জাহাজৰ জৰিয়তে পোনপটীয়াকৈ আমেৰিকাৰ আনলোডিং ডক আৰু বন্দৰলৈ তেল পৰিবহণ কৰা হ’ব।
  • ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ আৰু ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ গ্ৰেপ্তাৰৰ বাবে প্ৰায় সংখ্যক দেশেই চিন্তিত হৈ পৰিছে। পৃথিৱীৰ বহুকেইখন দেশেই আমেৰিকাৰ এই পদক্ষেপক সমালোচনা কৰিছে।ইফালে এই সন্দৰ্ভত ভাৰতে সংযত আৰু সতৰ্ক মন্তব্য কৰিছে। ভাৰতৰ এই অৱস্থিতি পৃথিৱীৰ অন্য দেশৰ তুলনাত সম্পূৰ্ণ বিপৰীত যেন পৰিলক্ষিত হৈছে। আচলতে ভাৰতে মাত্ৰ ৫টা বাক্যতে এই বিষয়টোক লৈ এক সংক্ষিপ্ত মন্তব্য কৰে। এই মন্তব্যই আমেৰিকাৰ এক অপ্ৰত্যাশিত ৰাষ্ট্ৰপতিৰ সৈতে মোকাবিলা কৰাৰ সময়ত ভাৰতৰ কূটনৈতিক বাধ্যবাধকতাক স্পষ্টভাৱে উদঙাই দিছে।
Tags: eventsmorning newsnews update

Related Posts

নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা
Top News

February 24, 2026
ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

আমেৰিকাৰ থকা আটাইতকৈ শিক্ষিত ধৰ্মীয় গোটতো কি? জানক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ সবিশেষ

February 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 24, 2026
বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’
Top News

বাংলাদেশ সেনাবাহিনীত বৃহৎ পৰিৱৰ্তন, ভাৰতত নিয়োজিত বিষয়াক পুনৰ দায়িত্ব ল’বলৈ আহ্বান

February 23, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

ট্ৰাম্পৰ বিৰুদ্ধে SCৰ বৃহৎ সিদ্ধান্তৰ পিছতে স্থবিৰ ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি, নতুনকৈ আৰম্ভ হ’ব…

February 23, 2026

শীৰ্ষ সংবাদ

নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

আমেৰিকাৰ থকা আটাইতকৈ শিক্ষিত ধৰ্মীয় গোটতো কি? জানক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ সবিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বাংলাদেশ সেনাবাহিনীত বৃহৎ পৰিৱৰ্তন, ভাৰতত নিয়োজিত বিষয়াক পুনৰ দায়িত্ব ল’বলৈ আহ্বান

ট্ৰাম্পৰ বিৰুদ্ধে SCৰ বৃহৎ সিদ্ধান্তৰ পিছতে স্থবিৰ ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি, নতুনকৈ আৰম্ভ হ’ব…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025