• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 24, 2026
23 °c
Guwahati
24 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 8, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • লখৰা চাৰিআলিৰ গড়ভঙ্গা পথত ভয়ংকৰ সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। ‘NEW S S MOTOR WORK’ নামৰ ব্যৱসায়িক প্রতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত ভস্মীভূত ৪ খনকৈ নতুন চুপাৰৰ লগতে মেৰামতিৰ কাম চলি থকা আন কেইবাখনো নৈশ বাছ। ঘটনাস্থলীত উপস্থিত হয় প্রায় ১০খনৰো অধিক অগ্নিনির্বাপক বাহিনীৰ টেংক। বৰ্তমানলৈও জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডৰ সূত্রপাত।
  • বৰপেটাত ৬০ বছৰীয়া বৃদ্ধৰ জঘন্য কাণ্ড। এগৰাকী কিশোৰীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড। বৰপেটা জিলাৰ বাটগাঁও নয়াপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ধৃত ৬০ বছৰীয়া বৃদ্ধ বাটগাঁও নয়াপাৰাৰ আলেফ ভূঞা। এই অপকৰ্মক লৈ উত্তপ্ত হৈ পৰিছে বৰপেটাৰ বাটগাঁও নয়াপাৰা। উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰে অভিযুক্তৰ বাসগৃহত।
  • অবৈধ ধৰ্মীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰম্ভ হ’ব চৰকাৰৰ এক্সন। এফালৰ পৰা ভাঙি পেলোৱা হ’ব পাৰে মছজিদ, দৰগাহ। ৰাজ্যৰ সকলো অবৈধ মছজিদ, দৰগাহত চলিব বুলড’জাৰ। সকলো অকৰ্তৃত্বশীল ধৰ্মীয় স্থান চিনাক্ত কৰি ভাঙি পেলাবলৈ নিৰ্দেশ দিয়া হৈছে। অবৈধ নাগৰিকৰ অনুপ্ৰৱেশ ৰোধৰ বাবে কঠোৰ হৈছে অৰুণাচলৰ পেমা খাণ্ডু চৰকাৰ। অনুপ্ৰৱেশকাৰীয়ে অবৈধভাৱে মছজিদ, মাদ্ৰাছা, দৰগাহ স্থাপনৰ অভিযোগ তুলিছিল একাংশ সংগঠনে। উল্লেখ্য যে, অৰুণাচলত অবৈধ মছজিদ ভাঙি পেলাবলৈ কেইবাটাও খিলঞ্জীয়া যুৱ সংগঠনে কৰিছিল প্ৰতিবাদ।
  • শক্তি সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশে এক উল্লেখযোগ্য চুক্তিত উপনীত হৈছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ২০২৬ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত ভাৰতৰ পৰা ১ লাখ ৮০ হাজাৰ টন ডিজেল আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ডিজেল ভাৰতৰ চৰকাৰী কোম্পানী অইল ইণ্ডিয়া লিমিটেডৰ সহযোগী প্ৰতিষ্ঠান নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন আৰ এল)ৰ পৰা ক্ৰয় কৰা হ’ব।এই ডিজেল আমদানি বাংলাদেশৰ চৰকাৰী ক্ৰয়ৰ পৰামৰ্শদাতা সমিতিৰ অনুমোদন। ৬ জানুৱাৰীত সচিবালয়ত বিত্ত উপদেষ্টা ছালেহুদ্দিন আহমেদৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পূৰ্বে অক্টোবৰ মাহত অৰ্থনৈতিক পৰিক্ৰমা উপদেষ্টা সমিতিয়ে ২০২৬ চনৰ বাবে ইন্ধন আমদানিৰ অনুমোদন জনাইছিল, তাৰ পিছত এতিয়া এই চুক্তি চূড়ান্ত কৰা হৈছে।
  • নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰৰ পিছত আমেৰিকাই এতিয়া ভেনিজুৱেলাৰ ওপৰত নিজৰ আধিপত্য চলাই গৈছে। ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে, ভেনিজুৱেলাই এতিয়া নতুন তেল চুক্তিৰ পৰা লাভ কৰা ধনৰ পৰাহে আমেৰিকাত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰিব। ইয়াৰ ভিতৰত থাকিব আমেৰিকাৰ কৃষিজাত সামগ্ৰী, ঔষধ, চিকিৎসা সঁজুলি, আৰু বিদ্যুৎ গ্ৰীড আৰু শক্তিৰ সুবিধা উন্নত কৰাৰ বাবে সঁজুলি। সামাজিক মাধ্যমযোগে ড’নাল্ড ট্ৰাম্পে কয় যে, তেওঁ ইতিমধ্যে তথ্য পাইছে যে ভেনিজুৱেলাই নতুন তেল চুক্তিৰ অধীনত কেৱল আমেৰিকাত নিৰ্মিত সামগ্ৰীহে ক্ৰয় কৰিব। ইয়াৰ ভিতৰত আমেৰিকাৰ ঔষধ, চিকিৎসা সঁজুলি, আৰু ভেনিজুৱেলাৰ ইলেক্ট্ৰিক গ্ৰীড আৰু শক্তিৰ সুবিধা উন্নত কৰাৰ বাবে প্ৰয়োজনীয় সঁজুলি আদি অন্তৰ্ভুক্ত হ’ব।
Tags: Latest newsmorning newsnews update

Related Posts

নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা
Top News

February 24, 2026
ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

আমেৰিকাৰ থকা আটাইতকৈ শিক্ষিত ধৰ্মীয় গোটতো কি? জানক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ সবিশেষ

February 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 24, 2026
বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’
Top News

বাংলাদেশ সেনাবাহিনীত বৃহৎ পৰিৱৰ্তন, ভাৰতত নিয়োজিত বিষয়াক পুনৰ দায়িত্ব ল’বলৈ আহ্বান

February 23, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

ট্ৰাম্পৰ বিৰুদ্ধে SCৰ বৃহৎ সিদ্ধান্তৰ পিছতে স্থবিৰ ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি, নতুনকৈ আৰম্ভ হ’ব…

February 23, 2026

শীৰ্ষ সংবাদ

নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

আমেৰিকাৰ থকা আটাইতকৈ শিক্ষিত ধৰ্মীয় গোটতো কি? জানক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ সবিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বাংলাদেশ সেনাবাহিনীত বৃহৎ পৰিৱৰ্তন, ভাৰতত নিয়োজিত বিষয়াক পুনৰ দায়িত্ব ল’বলৈ আহ্বান

ট্ৰাম্পৰ বিৰুদ্ধে SCৰ বৃহৎ সিদ্ধান্তৰ পিছতে স্থবিৰ ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি, নতুনকৈ আৰম্ভ হ’ব…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025