• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 9, 2026
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    হিন্দু কিশোৰীৰ সৈতে অপকৰ্ম কৰিলে ৬০ বছৰীয়া আলেফ ভূঞাৰ, অঞ্চলজুৰি তীব্ৰ উত্তেজনা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 9, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি অসম চৰকাৰৰ নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠান। বিভিন্ন বিভাগৰ অধীনত চতুৰ্থবৰ্গৰ পদত নিযুক্তি দিয়া প্ৰাৰ্থীক। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত ৪০০ৰো অধিক প্ৰাৰ্থীক দিয়া হ’ব নিযুক্তি। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
  • অৰুণোদয়সহ অন্যান্য চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বঙাইগাঁৱৰ ঝাউকুৰা দ্বিতীয় খণ্ড গাঁৱৰ ৰাইজ। ২০ নং পশ্চিম মাজেৰ আলগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ফজিলা খাতুনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাইজৰ। সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে স্থানীয়ই। চৰকাৰী আঁচনিৰ পৰা বঞ্চিত লোকে সাব্যস্ত কৰে প্ৰতিবাদ।
  • প্ৰথমে বটদ্ৰৱা প্ৰকল্প, তাৰ পিছত শ্বহীদ স্মাৰক ক্ষেত্ৰ। ৮৬০গৰাকী শ্বহীদৰ স্মৃতি বিজড়িত শ্বহীদ স্মাৰক ক্ষেত্ৰত হিন্দী গীতৰ তালে তালে উদ্দাম নৃত্য যুৱতীৰ। হিন্দী গীতত ৰীল বনাই শ্বহীদক কৰা অপমানত ক্ষোভিত হৈ উঠিছে একাংশ।
  • ইৰাণত মুদ্ৰাস্ফীতি আৰু হ্ৰাস পোৱা মুদ্ৰাক লৈ দুসপ্তাহ ধৰি প্ৰতিবাদ অব্যাহত আছে। ৮ জানুৱাৰীত নিৰ্বাসিত ক্ৰাউন প্ৰিন্স ৰেজা পাহলৱীয়ে মানুহক ঘৰৰ পৰা ওলাই আহি ইছলামিক শাসনৰ বিৰুদ্ধে বিক্ষোভ কৰিবলৈ আহ্বান জনোৱাৰ লগে লগে বিক্ষোভ তীব্ৰতৰ হৈ পৰে। ৰেজা পাহলৱীৰ এই আহ্বানৰ পিছতে ৰাজপথলৈ ওলাই আহে বৃহৎ সংখ্যক লোক। ইফালে ৰাজপথ পৰিষ্কাৰ কৰিবলৈ ইৰাণ চৰকাৰে নিৰাপত্তা বাহিনী মোতায়েন কৰে। খবৰ অনুসৰি ইৰাণৰ কমেও ৫০খন চহৰত বৃহৎ পৰিসৰৰ প্ৰতিবাদ চলি আছে। ৰাজপথলৈ ওলাই আহি ইৰাণৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে শ্লোগানেৰে চিঞৰিছে জনসাধাৰণে।
Tags: eventsmorning newsnews update

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 9, 2026
ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…
Top News

ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…

January 9, 2026
কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সংকটত চাকৰি! প্ৰতিবছৰে বহু ডাঙৰ কোম্পানীৰ পৰা কৰ্মচাৰীক বৰ্খাস্ত…

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ
Top News

আমেৰিকা ভ্ৰমণৰ সপোন কৰক ত্যাগ! ভাৰতীয়সকললৈ আমেৰিকাৰ ডাঙৰ সতৰ্কবাণী- ‘…তেন্তে আমি চিৰদিনৰ বাবে নিষিদ্ধ কৰিম…’

January 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 9, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…

কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সংকটত চাকৰি! প্ৰতিবছৰে বহু ডাঙৰ কোম্পানীৰ পৰা কৰ্মচাৰীক বৰ্খাস্ত…

আমেৰিকা ভ্ৰমণৰ সপোন কৰক ত্যাগ! ভাৰতীয়সকললৈ আমেৰিকাৰ ডাঙৰ সতৰ্কবাণী- ‘…তেন্তে আমি চিৰদিনৰ বাবে নিষিদ্ধ কৰিম…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025