• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 11, 2026
24 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    পুৱা ৯ বজালৈ অসমৰ কোনকেইখন জিলাত কিমান শতাংশ ভোটদান?

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আজি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, তৎপৰ আৰক্ষী-প্ৰশাসন 

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…

    ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
February 14, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

বহু উপহাৰৰ টোপোলা লৈ আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। কিছুসময় পিছতে চাবুৱা এয়াৰ ফিল্ডত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। মৰাণ ৰাষ্ট্ৰীয় ঘাইপথৰ ELFত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান। আধা ঘণ্টা ৰাজপথত ১৬ খন বিমানে প্ৰদৰ্শন কৰিব উৰণ কৌশল। দিনৰ ১২.৩০ বজাত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী। উদ্বোধন কৰিব গুৱাহাটী-উঃ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু। লগতে উদ্বোধন কৰিব IIM-গুৱাহাটীৰ অস্থায়ী কেম্পাচ আৰু আমিনগাঁৱৰ NIC DATA CENTER। ইয়াৰ উপৰিও ১০০ খন ইলেক্ট্ৰিক বাছ ৰাজ্যবাসীলৈ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে। শেষত খানাপাৰাৰ বিজেপিৰ বুথ সন্মিলনত অংশ ল’ব PM মোদীয়ে।

ফুল-মালাৰে সজাই তুলা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব লগা কুমাৰ ভাস্কৰ বৰ্মা সেঁতু। দুপৰীয়া ১২.৩০ বজাত মৰাণৰ পৰা গুৱাহাটীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী। গুৱাহাটীত মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু। ৩ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী দলং। আজি দুপৰীয়া ১ বজাত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব সেঁতুখন।

বাংলাদেশত বিএনপিৰ ভূমিস্খলন বিজয় আৰু তাৰিক ৰহমানক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনাৰ পিছত এতিয়া ভাৰতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক পুনৰ শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতে এই নিৰ্বাচনক “কূটনৈতিক ৰিছেট”ৰ সুযোগ হিচাপে লৈছে। কেন্দ্ৰীয় চৰকাৰৰ মতে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰেহে দীৰ্ঘম্যাদী স্থিতিশীলতা আৰু বিশ্বাস বজাই ৰাখিব পাৰে। ভাৰতে সদায় নিৰ্বাচিত চৰকাৰৰ সৈতে কাম কৰি আহিছে আৰু বিএনপিৰ জয়ক এতিয়া “১৯৭১ চনৰ আত্মা আৰু উদাৰ মূল্যবোধ”ৰ জয় হিচাপে দেখা গৈছে।

Tags: Latest newsmorning newsnews update

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 11, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

April 10, 2026
মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন
Top News

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

April 10, 2026
ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…
Top News

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

April 10, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025