• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, March 15, 2026
22 °c
Guwahati
22 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 15, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
  • অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। ৬৭৫ কোটি ব্যয়েৰে নিৰ্মিত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। লগতে খানাপাৰাত যুৱ শক্তি সমাৰোহত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
  • কামৰূপ মহানগৰ জিলাৰ বঙৰাৰ ইছলামপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান৷ ৫ শতাধিক পৰিয়ালৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিবলৈ বঙৰালৈ যাওঁতে একাংশ সন্দেহজনক লোকে আৰক্ষী-প্ৰশাসনৰ লোকক আক্ৰমণ কৰিছিল। এই ঘটনাৰ পাছৰে পৰা অঞ্চলটোত কটকটীয়া কৰি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থা।
  • বৰাক উপত্যকাত প্ৰগতিৰ নতুন দিগন্তৰ সূচনা৷ প্ৰায় ২৩ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস তথা ভূমিপূজন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া গুৱাহাটী–শিলচৰ হাইস্পীড কৰিড’ৰৰ ভূমি পূজন কৰে প্ৰধানমন্ত্ৰীয়ে।ইয়াৰ লগতে শিলচৰ নগৰৰ বহুপ্ৰতীক্ষিত উৰণ সেতুৰো ভূমি পূজন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ পাথাৰকান্দিত কৃষি মহাবিদ্যালয় স্থাপনৰ ভূমি পূজনো সম্পন্ন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷
  • মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে ১৪ মাৰ্চত ফুজাইৰাৰ এটা শক্তি ইউনিটৰ পৰা ধোঁৱা ওলোৱা দেখা যায়। ইৰাণে ইউ এ ইক সকীয়াই দিয়ে যে, দেশৰ তিনিটা ডাঙৰ বন্দৰৰ আশে-পাশে থকা অঞ্চলসমূহ তৎকালীনভাৱে খালী কৰিব লাগে। আমেৰিকাই বোমা বিস্ফোৰণ অভিযান চলোৱাৰ কেইঘণ্টামান পিছতে এই সতৰ্কবাণী দিয়া হৈছে।ইৰাণৰ তাছনিম সংবাদ সংস্থাই ডুবাইৰ জেবেল আলী বন্দৰ, আবুধাবিৰ খলিফা বন্দৰ, ফুজাইৰা বন্দৰ খালী কৰিবলৈ নিৰ্দেশ দিছে।
Tags: latest updatemorning newsnews update

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025