• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 2, 2026
26 °c
Guwahati
27 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
April 2, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

নিৰ্বাচনী প্ৰচাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কলিয়াবৰত অগপ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ প্ৰচাৰ চলাব শ্বাহে। ৩ এপ্ৰিলত গোলকগঞ্জ, দুধনৈ, পলাশবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰীগৰাকীয়। লগতে আজি আহিব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী।পলাশবাৰী আৰু মধ্য গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলাব গাডকাৰীয়ে। পলাশবাৰীৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ আৰু মধ্য গুৱাহাটীত বিজয় কুমাৰ গুপ্তাৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

আজিৰে পৰা দুদিনীয়াকৈ অসমত প্ৰচাৰ চলাব  AIMIMৰ নেতা আছাদুদ্দিন ওৱেছিয়ে।  AIUDFৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেছিয়ে।
আজি পাঁচখনকৈ নিৰ্বাচনী সভাত অংশ ল’ব ওৱেছিয়ে। পাকাবেতবাৰী, দলগাঁও, ধিং, লাহৰীঘাট সমষ্টিত চলাব প্ৰচাৰ। ৰূপহীহাট, চামগুৰি আৰু বিন্নাকান্দিতো আজি ওৱেছিৰ সভা। কাইলৈ গোৱালপাৰা পূব, ধুবুৰী, চেঙা আৰু মন্দিয়াত প্ৰচাৰ চলাব ওৱেছিয়ে।

তেলেংগানাৰ নিৰামিষভোজীৰ বাবে বেয়া খবৰ। ৰাজ্যজুৰি কুকুৰা বিক্ৰেতাসকলে লাভ হ্ৰাস আৰু ব্যয় বৃদ্ধিৰ প্ৰতিবাদত ১ এপ্ৰিলৰ পৰা দোকান বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।  যাৰ ফলত বজাৰসমূহত কুকুৰাৰ তীব্ৰ নাটনি হৈছে। তেলেংগানা ষ্টেট চিকেন শ্বপ অনাৰ্ছ এছ’চিয়েশ্যনৰ আহ্বানৰ পিছতে সমগ্ৰ ৰাজ্যখনৰ কুকুৰা বিক্ৰেতাসকলে “মহাধৰণ”ৰ অংশ হিচাপে ধৰ্মঘট কৰিছে। বিক্ৰেতাসকলে কয় যে হাঁহ-কুকুৰা কোম্পানীসমূহে আগবঢ়োৱা কম মাৰ্জিনে তেওঁলোকৰ ব্যৱসায় বিপজ্জনক কৰি তুলিছে, যাৰ ফলত বৰ্তমানৰ পৰিস্থিতিত চলাচল কৰাটো কঠিন হৈ পৰিছে।

আমেৰিকাৰ কোম্পানীৰ বিৰুদ্ধে ইৰানৰ এক্সন।  Amazonৰ বিশাল কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। বাহৰেইনৰ Amazonৰ ডাটা চেণ্টাৰ আক্ৰমণৰ খবৰ পোৱা গৈছে। পৰোক্ষভাৱে Amazonৰ ডাটা চেণ্টাৰত আক্ৰমণ কৰে ইৰাণে। ইয়াৰোপৰি আমেৰিকাৰ ১৮ টা টেক কোম্পানীত আক্ৰমণ কৰাৰ হুংকাৰ ইৰাণৰ।

ইণ্ডোনেছিয়াত ৭.৪ ৰিখতাৰ স্কেলৰ এক প্ৰবল ভূমিকম্পৰ  হয়। এই ভূমিকম্পৰ পিছত ছুনামীৰ সতৰ্কবাণীও জাৰি কৰা হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি পুৱা প্ৰায় ৬:৪৮ বজাত (স্থানীয় সময় অনুসৰি) ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। ইয়াৰ কেন্দ্ৰবিন্দু মলুকা সাগৰ অঞ্চলত হোৱা বুলি জানিব পৰা গৈছে। প্ৰাৰম্ভিক প্ৰতিবেদনত ইয়াৰ তীব্ৰতা ৭.৮ বুলি উল্লেখ কৰা হৈছে, যিটো পিছলৈ ৭.৪ লৈ হ্ৰাস কৰা হৈছিল।

Tags: Latest newsmorning newsnews update

Related Posts

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…
Top News

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

April 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

April 2, 2026
আমেৰিকালৈ মোক্ষম আঘাত ইৰাণৰ! মধ্যস্থতাৰ বাবে অমান্তি, ব্যক্ত কৰিলে নিজ পৰিকল্পনা
Top News

আমেৰিকালৈ মোক্ষম আঘাত ইৰাণৰ! মধ্যস্থতাৰ বাবে অমান্তি, ব্যক্ত কৰিলে নিজ পৰিকল্পনা

April 1, 2026
এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…
Top News

কিডনীৰ যথেষ্ট ক্ষতিসাধন কৰে এইসমূহ খাদ্যসামগ্ৰীয়ে; বিৰত থাকক, অন্যথা পৰিব বিপদত

April 1, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

বেইৰুটৰ সমীপত ইজৰাইলৰ আক্ৰমণত দুজনৰ প্ৰাণহানি, ইৰাণৰ তীখা উদ্যোগত আক্ৰমণ

April 1, 2026

শীৰ্ষ সংবাদ

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

আমেৰিকালৈ মোক্ষম আঘাত ইৰাণৰ! মধ্যস্থতাৰ বাবে অমান্তি, ব্যক্ত কৰিলে নিজ পৰিকল্পনা

কিডনীৰ যথেষ্ট ক্ষতিসাধন কৰে এইসমূহ খাদ্যসামগ্ৰীয়ে; বিৰত থাকক, অন্যথা পৰিব বিপদত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025