• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 4, 2026
28 °c
Guwahati
28 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
April 4, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

আজি অসমলৈ আহিব ষ্টাৰ কেম্পেইনাৰ তেজস্বী সূৰ্য। পূৱ গোৱালপাৰা আৰু দিছপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব ভাৰতীয় বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই।

ৰঙাপৰাত চাঞ্চল্যকৰ ডকাইতিকাণ্ড। মাৰণাস্ত্ৰ দেখুৱাই ৬ জনীয়া দুৰ্বৃত্তৰ দলে লুটি নিয়ে গহনাৰ বেগ। নীতিশ জুৱেলাৰীৰ স্বত্ত্বাধিকাৰী সন্তোষ সাহাক লুট ডকাইতৰ। ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ ওভতাৰ পথতে এই ঘটনা। মটৰচাইকেলত অহা দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত আহত সন্তোষ সাহা। ঘটনাস্থলীত ৰঙাপাৰা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। দুৰ্বৃত্তৰ দলটোক শীঘ্ৰেই আটক কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ।

গুৱাহাটীৰ গাড়ীগাঁও ঈদগাহ ময়দানত মুখ্যমন্ত্রীৰ হৈ প্ৰচাৰ চলায় পত্নী ৰিণিকি ভূঞা শৰ্মাই। মুখ্যমন্ত্রীয়ে বিপুল ভোটত জয়লাভ কৰিব বুলিও মন্তব্য পত্নীৰ। লগতে অসমৰ উন্নয়নৰ স্বাৰ্থত সকলো অসমবাসীকে বিজেপিৰ পক্ষত ভোটদান দিবলৈ আহ্বান।

হৰমুজ জলদ্বীপৰ পৰা ভাৰতৰ বাবে আন এক ভাল খবৰ আহিছে। ভাৰতৰ পতাকা থকা এল পি জি টেংকাৰ গ্ৰীণ ছানভিয়ে সফলতাৰে হৰমুজ জলদ্বীপ অতিক্ৰম কৰিছে। জাহাজখনে প্ৰায় ৪৪ হাজাৰ মেট্ৰিক টন এল পি জি কঢ়িয়াই লৈ ফুৰিছে। শুকুৰবাৰে এই টেংকাৰখনে হৰমুজ জলদ্বীপ অতিক্ৰম কৰি ৬ এপ্ৰিলৰ ভিতৰত মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।মাৰ্চ মাহত হৰমুজ জলদ্বীপ অতিক্ৰম কৰা এইখন সপ্তমখন ভাৰতীয় জাহাজ। ইৰাণৰ ক্লিয়াৰেন্সৰ অপেক্ষাত এতিয়াও হৰমুজত আবদ্ধ হৈ আছে ভাৰতৰ কেইবাখনো তেল আৰু গেছ জাহাজ।

Tags: Latest newsmorning newsnews update

Related Posts

নাচিকত মৰ্মান্তিক দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৯ জনকৈ লোকৰ সৈতে কৰুণ ঘটনা
Top News

নাচিকত মৰ্মান্তিক দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৯ জনকৈ লোকৰ সৈতে কৰুণ ঘটনা

April 4, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

ভাৰতৰ বাবে সুখবৰ! এল পি জি টেংকাৰ গ্ৰীণ ছানভিয়ে অতিক্ৰম কৰিলে হৰমুজ জলদ্বীপ; কেতিয়া আহি পাব মুম্বাই?

April 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 4, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

April 3, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

তেল সংকট: ভাৰতৰ পৰা সহায়ৰ ভিক্ষা, এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰা এই দেশৰ

April 3, 2026

শীৰ্ষ সংবাদ

নাচিকত মৰ্মান্তিক দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৯ জনকৈ লোকৰ সৈতে কৰুণ ঘটনা

ভাৰতৰ বাবে সুখবৰ! এল পি জি টেংকাৰ গ্ৰীণ ছানভিয়ে অতিক্ৰম কৰিলে হৰমুজ জলদ্বীপ; কেতিয়া আহি পাব মুম্বাই?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025