• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 8, 2026
25 °c
Guwahati
21 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…

    ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ভোটাৰক আকৰ্ষিত কৰিবলৈ কংগ্ৰেছৰ ব্ৰহ্মাস্ত্ৰ! নিৰ্বাচনী প্ৰচাৰৰ সময়ত মঞ্চত প্ৰদৰ্শন যুৱতীৰ উদ্দাম নাচ

    ‘অসমত নাৰায়ে তকবীৰ ধ্বনি দি কি বুজাব বিচাৰিছে ওৱেছিয়ে’, আছাদুদ্দিন ওৱেছিক ধমক জাতীয় সংগ্ৰামী সেনাৰ সভাপতিৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
April 8, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • কাইলৈ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্যৰ ৩১,৪৮৬ টা ভোটকেন্দ্ৰত ভোটদান কৰিব ২ কোটি ৫০ লাখ ৫৪ হাজাৰ ৪৬৩ গৰাকী ভোটাৰে। ভোটগ্ৰহণৰ বাবে সাজু নিৰ্বাচন আয়োগ।ভোটকেন্দ্ৰসমূহৰ সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান।
  • নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে কংগ্ৰেছী নেতা। এইবাৰ মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে দিয়া হৈছে গোচৰ। মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ।RSSৰ এগৰাকী নেতাই খাৰ্গেৰ বিৰুদ্ধে তৰিলে গোচৰ। RSS আৰু বিজেপিক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী কংগ্ৰেছ নেতাৰ বিৰুদ্ধে।
  • বাংলাদেশী আগ্ৰাসন প্ৰতিৰোধৰ বাবে বিশেষ পদক্ষেপ। অনুপ্ৰৱেশ ৰুধিবলৈ সীমান্তৰ নদীত বিষাক্ত সাপ আৰু ঘঁৰিয়াল মেলা দিয়াৰ চিন্তা-চৰ্চা সীমান্ত সুৰক্ষা বাহিনীৰ। নদী পথেৰে অনুপ্ৰৱেশ ৰুধিবলৈ BSF-এ ল’ব এনে পদক্ষেপ। অপৰাধ হ্ৰাসৰ বাবেও সাপ-ঘঁৰিয়াল আদি সৰীসৃপৰ ব্যৱহাৰৰ পৰিকল্পনা।ইতিমধ্যে জন্তু ব্যৱহাৰৰ বিভিন্ন দিশ সন্দৰ্ভত নিৰীক্ষণ কৰিছে গৃহ মন্ত্ৰালয়ে।ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ আৰু চোৰাং ব্যৱসায় ৰোধ কৰাৰ বাবে এক অভিনৱ কৌশল বিবেচনা কৰা হৈছে।
  • অৱশেষত যুদ্ধবিৰতিৰ বাবে সন্মত হ’ল আমেৰিকা আৰু ইৰান। ২ সপ্তাহৰ বাবে আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি। যাৰ বাবে ইৰানে আমেৰিকাক বান্ধি দিলে ১০ টা চৰ্ত। ইৰানৰ সকলো দাবী মানি লোৱা হব বুলি মন্তব্য কৰিছে ট্ৰাম্পে। ১০ এপ্ৰিলত ইছলামাবাদত অনুষ্ঠিত হ’ব ইৰান-আমেৰিকাৰ মাজৰ শান্তি আলোচনা।
Tags: Latest newsmorning newsnews update

Related Posts

ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই
Top News

ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

April 8, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ
Top News

যুদ্ধবিৰতিৰ ঘোষণা ট্ৰাম্পৰ, ষ্ট্ৰেইট অৱ হৰমুজ মুকলি কৰিব নেকি ইৰানে?

April 8, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 8, 2026
কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…
Top News

ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

April 8, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

April 8, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 7, 2026

শীৰ্ষ সংবাদ

ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

যুদ্ধবিৰতিৰ ঘোষণা ট্ৰাম্পৰ, ষ্ট্ৰেইট অৱ হৰমুজ মুকলি কৰিব নেকি ইৰানে?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025