• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 11, 2026
24 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    পুৱা ৯ বজালৈ অসমৰ কোনকেইখন জিলাত কিমান শতাংশ ভোটদান?

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আজি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, তৎপৰ আৰক্ষী-প্ৰশাসন 

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…

    ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 1, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। সকলোলৈ ইংৰাজী নৱবৰ্ষৰ অলেখ- অযুত শুভকামনা থাকিল। নতুন বছৰটো সকলোৰে বাবে মংগলময় হওক। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • নিশাৰ প্ৰচুৰ কুঁৱলীৰ অন্তত পুৱাৰ ৰৌদ্ৰোজ্বল পোহৰেৰে লগতে ন-উদ্যম, ন-প্ৰত্যাশাৰে শুভাৰম্ভণি ২০২৬ৰ । সম্ভাৱনা, আশা আৰু জীয়াই থকাৰ নতুন প্ৰেৰণাৰে আহিছে ২০২৬ চন। আজি পহিলা জানুৱাৰী। ইয়াকে লৈ বিভিন্নজনৰ নতুন প্ৰস্তুতি।নতুন বছৰটোৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশা, নতুন প্ৰত্যাশা তথা নতুন সম্ভাৱনা। নেতিবাচক সকলো ঘটনা-পৰিঘটনা পাহৰি ইতিবাচকভাবে আৰম্ভণি হওক নতুন বছৰটোৰ। পুৰণি দুখ-কষ্ট আঁতৰাই নতুন আশাৰে আগবাঢ়ি যাওঁক সকলো। আহিবলগীয়া দিনকেইটাই সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি।
  • বছৰৰ প্ৰথম দিনটোতে বাঢ়িল চিলিণ্ডাৰৰ মূল্য। বৃদ্ধি পালে LPGৰ দাম। ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১১১ টকাকৈ বৃদ্ধি হ’ব। ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই ডাঙৰ সিদ্ধান্ত। অৱশ্যে বৰ্তমানেলৈ সলনি হোৱা নাই ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।
  • আজি সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্বতে নৱবৰ্ষ উদযাপনৰ আয়োজন কৰা হৈছে। ৰাজধানী দিল্লীৰ উপৰিও মুম্বাই, বেংগালুৰু, লক্ষ্ণৌকে ধৰি ডাঙৰ ডাঙৰ চহৰতো নতুন বছৰ উদযাপন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজনো শীৰ্ষ নেতাই ২০২৬ বৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ২০২৬ৰ নৱবৰ্ষৰ বাবে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি মোদীয়ে সামাজিক মাধ্যমত কয় যে, আগন্তুক বছৰে আপোনালোকৰ বাবে সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক। সকলোৱে নিজৰ প্ৰচেষ্টাত সফলতা লাভ কৰক আৰু সকলোৰে সকলো কাম পূৰ্ণ হওক।
  • নৱবৰ্ষৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত এক বৃহৎ বক্তব্য আগবঢ়ায়। ২০২৬ চনৰ আগমনৰ সময়ত দেশখনক সম্বোধন কৰি পুটিনে ইউক্ৰেইনত ৰাছিয়াৰ “চূড়ান্ত জয়”ৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে আৰু নাগৰিকসকলক ৰাছিয়াৰ সৈন্যক সমৰ্থন কৰিবলৈ আহ্বান জনায়। পুটিনৰ ভাষণ প্ৰথমে ৰাছিয়াৰ সুদূৰ পূব অঞ্চল কামচাটকা উপদ্বীপত সম্প্ৰচাৰিত হৈছিল, য’ত ২০২৬ চনৰ আগমন উদযাপন কৰা হৈছিল। ইয়াৰ পিছতে দেশৰ অন্যান্য অঞ্চলতো এই বাৰ্তা সম্প্ৰচাৰ কৰা হয়।
  • এগৰাকী নৌসেনা বিষয়াৰ ১৮ বছৰীয়া কন্যাই স্কিইং কৰি দক্ষিণ মেৰুত উপনীত হোৱা আটাইতকৈ কম বয়সীয়া ভাৰতীয় নাগৰিক হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। যুৱতীগৰাকীৰ নাম কাম্যা কাৰ্তিকেয়ান। মঙলবাৰে নৌসেনাই এই তথ্য প্ৰদান কৰে। ভাৰতীয় নৌসেনাই কাম্যা কাৰ্তিকেয়ানক সামাজিক মাধ্যমযোগে অভিনন্দন জনাইছে। –৩০ ডিগ্ৰী চেলছিয়াছ আৰু গেল-ফৰ্চ বতাহৰ পৰা সাহস কৰি কাম্যাই ৮৯ ডিগ্ৰী দক্ষিণৰ পৰা প্ৰায় ৬০ নটিকেল মাইল (প্ৰায় ১১৫ কিলোমিটাৰ) দূৰত্ব অতিক্ৰম কৰি ২৭ ডিচেম্বৰত দক্ষিণ মেৰুত উপস্থিত হয়।
Tags: eventsglobalmorning news

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 11, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

April 10, 2026
মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন
Top News

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

April 10, 2026
ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…
Top News

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

April 10, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

April 10, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025