• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 11, 2026
24 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    পুৱা ৯ বজালৈ অসমৰ কোনকেইখন জিলাত কিমান শতাংশ ভোটদান?

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আজি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, তৎপৰ আৰক্ষী-প্ৰশাসন 

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…

    ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
December 22, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

  • আজি আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্বিতীয়টো শুনানি। ভাৰ্চুৱেলী আদালতত হাজিৰ হ’ব লাগিব ৭ অভিযুক্ত। সিদ্ধাৰ্থ , শ্যামকানু , শেখৰজ্যোতি, অমৃতপ্ৰভা , সন্দীপনৰ লগতে দুই দেহৰক্ষী নন্দেশ্বৰ আৰু পৰেশকো ভাৰ্চুৱেলী হাজিৰ কৰোৱা হ’ব। আদালতৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব এই ৭ অভিযুক্তই।
  • ভাৰতবিৰোধী কাম কৰি ৰাইজৰ ৰোষত মুছলমান যুৱক চাহেদ আলী। অনকেমেৰা মুছলমান যুৱকে দিলে পাকিস্তান জিন্দাবাদ শ্লোগান। পাকিস্তানৰ সমৰ্থন কৰা চাহেদ আলীক আৱদ্ধ কৰি ৰাখিলে ৰাইজে। অৱশেষত ৰাইজে কৰায়ত্ব কৰি চমজাই দিলে ছয়গাঁও আৰক্ষীক।
  • ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প। গৃহমন্ত্ৰীৰ আগমনৰ পূৰ্বে প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ।
  • ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত এচিচিৰ সভাপতি মহছিন নকৱীৰ পৰা পদক গ্ৰহণ কৰিবলৈ অস্বীকাৰ ৰানাৰ্ছ আপ ভাৰতীয় দলটোৰ। ভাৰতীয় দলটোৱে আইচিচিৰ সহযোগী সদস্য সঞ্চালক মুবাশশ্বিৰ উছমানীৰ পৰা ৰানাৰ্ছ আপৰ পদক গ্ৰহণ কৰে।
  • বৰ্তমানেও উত্তপ্ত হৈ আছে বাংলাদেশৰ পৰিস্থিতি। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ছাত্ৰ নেতা তথা ইনকিলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীৰ আদৰ্শক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। হাদীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি ইউনুছে কয় যে, বাংলাদেশ একত্ৰিত হৈছে আৰু বাংলাদেশৰ ৰাজনীতি গঢ় দিবলৈ চেষ্টা কৰা যুৱ ৰাজনীতিবিদজনৰ ধাৰণা আৰু কাৰ্যক সন্মান জনোৱাৰ লগতে হাদীৰ আদৰ্শক আগুৱাই নিবলৈ তেওঁ প্ৰতিশ্ৰুতি দিছে।
  • ওদালগুৰিৰ ৰৌতাৰ বৰঝাৰত বিধ্বংসী অগ্নিকাণ্ড। ভস্মীভূত হয় বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ ৭০ বিঘা মাটিৰ খেৰ। জুইত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি। শ্বৰ্টচাৰ্কিটৰ ফলত এই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। স্থানীয় ৰাইজ, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপণ কৰা হয়।
Tags: #Assammorning newsNational

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 11, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

April 10, 2026
মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন
Top News

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

April 10, 2026
ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…
Top News

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

April 10, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

April 10, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 10, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025