• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহেন্দ্ৰ সিং ধোনীৰ এটা সিদ্ধান্তই পুনৰ হৃদয় জিনিলে অনুৰাগীৰ!

Nation NE by Nation NE
September 23, 2024
in Top News, ক্ৰীড়া
0 0
মহেন্দ্ৰ সিং ধোনীৰ এটা সিদ্ধান্তই পুনৰ হৃদয় জিনিলে অনুৰাগীৰ!
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আই পি এলত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক পদ এৰিলেও তেওঁৰ কিন্তু অনুৰাগীৰ সংখ্যা হ্ৰাস পোৱা নাই। বিভিন্ন সময়ত লোৱা ভিন্ন সিদ্ধান্তৰ বাবে তেওঁ জয় কৰি আহিছে অনুৰাগীৰ হৃদয়।

ইয়াৰ মাজতে এনে এটা খবৰ আহিছে, যাৰ বাবে মাহী আকৌ এবাৰ চৰ্চালৈ আহিছে। অনুৰাগীসকলে তেওঁৰ এই সিদ্ধান্তত অত্যন্ত সুখী।

চেন্নাই ছুপাৰ কিংছৰ ফ্ৰেঞ্চাইজি ধোনিৰ হৃদয়ত বিশেষ স্থান লাভ কৰিছে। এই কথা তেওঁ বহুবাৰ ৰাজহুৱা কৰিছে। এই কথা পুনৰ প্ৰমাণ কৰিছে শেহতীয়াকৈ ধোনীয়ে লোৱা এটা ডাঙৰ সিদ্ধান্তই। প্ৰতিবেদন অনুসৰি, আই পি এল ২০২৫ৰ বাবে চেন্নাই ছুপাৰ কিংছৰ পৰা ধোনীয়ে ল’ব মাত্ৰ ৬ কোটি টকা।

প্ৰতিবেদনত কোৱা হৈছে যে চেন্নাই ছুপাৰ কিংছে আই পি এল ২০২৫ৰ বাবে ৰবীন্দ্ৰ জাদেজা, ৰুতুৰাজ গাইকৱাদ, শিৱম ডুবে আৰু মথিছা পাথিৰানাক ৰিটেইন কৰিব। অৱশ্যে, এয়া তেতিয়াহে হ’ব যেতিয়া ধোনীক আনকেপড খেলুৱৈ হিচাপে ৰিটেইন কৰা হ’ব৷ যদি ধোনীক আনকেপড খেলুৱৈ হিচাপে ৰখাৰ অনুমতি দিয়া নহয়, তেন্তে চেন্নাইয়ে নিজৰ পৰিকল্পনা সলনি কৰিব পাৰে।

ৰিটেইনড আৰু ৰিলিজ কৰা খেলুৱৈৰ তালিকা কেতিয়া মুকলি কৰা হ’ব?

আই পি এলৰ ১০টা দলে ১৫ নৱেম্বৰৰ পূৰ্বে নিজৰ ৰিটেইনড আৰু ৰিলিজড খেলুৱৈৰ তালিকা প্ৰকাশ কৰিব লাগিব। নিয়ম অনুসৰি মেগা অকচনৰ পূৰ্বে সকলো দলে মাত্ৰ চাৰিজন খেলুৱৈকহে ধৰি ৰাখিব পাৰিব। বাকী সকলো খেলুৱৈক মুকলি কৰি দিব লাগিব। অৱশ্যে এইবাৰ এই নিয়মৰ পৰিৱৰ্তন হ’ব পাৰে।

কোৱা হৈছে যে এতিয়া সকলো দলে চাৰিজন খেলুৱৈৰ পৰিৱৰ্তে পাঁচজন খেলুৱৈক ৰিটেইন কৰাৰ নিয়ম কৰিব পাৰে। অৱশ্যে এই কথা এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

Tags: CSKIPLMS Dhoni

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025