• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 16, 2025
19 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫লৈ সৰ্বাধিক মুছলমান জনবহুল দেশ হ’ব ভাৰত! কি কয় ৰিপৰ্টে…

Nation NE by Nation NE
April 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰমজানত কয়দীক নামাজ আৰু কোৰাণ পঢ়াৰ অনুমতি, উচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ গৱেষণা সংস্থা পিউ ৰিচাৰ্চে ২০১৫ চনত এক প্ৰতিবেদন প্ৰকাশ কৰি অনুমান কৰিছিল যে ২০৫০ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যাবহুল দেশ হ’ব। এক প্ৰতিবেদন অনুসৰি ২০৫০ চনৰ ভিতৰত ভাৰতৰ মুঠ জনসংখ্যা হ’ব প্ৰায় ১৬৬ কোটি।

বৰ্তমানলৈকে কেৱল ভাৰততে বিশ্বৰ মুঠ মুছলমান জনসংখ্যাৰ ১১ শতাংশ। অৱশ্যে বৰ্তমান ইণ্ডোনেছিয়াত বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা আছে। কিন্তু পিউ ৰিচাৰ্চৰ তথ্য অনুসৰি ২০৫০ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্ববৃহৎ মুছলমান সংখ্যাগৰিষ্ঠ দেশ হিচাপে পৰিগণিত হ’ব পাৰে, যি আজিৰ তুলনাত ৭ গুণ বেছি হ’ব বুলি অনুমান কৰা হৈছে।

২০০১ চনৰ পৰা ২০১১ চনৰ ভিতৰত ভাৰতত জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই সময়ছোৱাত ভাৰতৰ মুঠ জনসংখ্যা ১৭.৭% বৃদ্ধি পাইছে। ভাৰতত মুছলমান জনসংখ্যা ২৫ শতাংশ বৃদ্ধি পাইছে। এই সংখ্যা  সকলো সম্প্ৰদায়ৰ ভিতৰত সৰ্বাধিক।

ইফালে হিন্দু জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ১৭ শতাংশতকৈও কম। ১৯৫১ চনৰ পৰা ২০১১ চনলৈ মুছলমান জনসংখ্যা ৩৮৬ শতাংশ বৃদ্ধি পাই ৩.৫৪ কোটিৰ পৰা ১৭.২২ কোটি হৈছে। আনহাতে হিন্দু জনসংখ্যা হৈছে ২১৮ শতাংশ। এই সংখ্যা ২০১১ চনত ৩০.৩৫ কোটিৰ পৰা ৯৬.৬২ কোটিলৈ বৃদ্ধি পোৱাৰ বিপৰীতে শিখ জনসংখ্যা ২৩৫ শতাংশ আৰু খ্ৰীষ্টান জনসংখ্যা ২৩২ শতাংশ বৃদ্ধি পাইছে।

উল্লেখ্য যে, বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যা প্ৰায় ৮০০ কোটি। ইয়াৰে ২০০ কোটি লোকে ইছলাম অনুসৰণ কৰে। ইয়াৰ মূল কাৰণ হ’ল সমগ্ৰ বিশ্বতে ৫৭ খন মুছলমান দেশ আছে, য’ত ইছলাম ধৰ্ম পালন কৰা লোকে বাস কৰে।

Tags: IndiamuslimPOPULATION

Related Posts

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ
Top News

December 16, 2025
ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য
Top News

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

December 16, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

December 16, 2025
ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…
Top News

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

December 16, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 16, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025

শীৰ্ষ সংবাদ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025