• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 8, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

    অশান্তজৰ্জৰ মণিপুৰত নিয়োগ কৰা হ’ব অতিৰিক্ত ৫০০০ জোৱান

    পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাঙি পৰিল চাৰিমহীয়া অট্টালিকা; ১১ জন লোকৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ দুখ প্ৰকাশ

      Nation NE by Nation NE
      April 19, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ভাঙি পৰিল চাৰিমহীয়া অট্টালিকা; ১১ জন লোকৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ দুখ প্ৰকাশ
      Share on FacebookShare on TwitterWhatsApp

      দিল্লীৰ মুস্তাফাবাদ অঞ্চলৰ শক্তি বিহাৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। শনিবাৰে পুৱাৰ ভাগত এটা চাৰিমহলীয়া অট্টালিকা ভাঙি পৰাৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হয়।

      এই ঘটনাটোৰ পিছৰে পৰা অঞ্চলবাসীৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। ইফালে এম ছি ডি মেয়ৰ মহেশ খীচীয়ে দোষী বিষয়াসকলৰ বিৰুদ্ধে তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

      ইফালে মোহন সিং বিষ্টে দোষী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দিল্লী চৰকাৰক দাবী জনায়। বিধানসভাত এইধৰণৰ অবৈধ অট্টালিকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰা হৈছিল বুলিও তেওঁ কয়।

      বিধায়কগৰাকীয়ে কয়, ‘নিৰ্বাচনত জয়ী হোৱাৰ দিনৰে পৰা মোৰ একমাত্ৰ লক্ষ্য হৈছে অবৈধ অট্টালিকাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা। যদি ২৫ বা ৫০ গজৰ এটা অট্টালিকাত শ শ লোকে বাস কৰি আছে, তেন্তে দুৰ্ঘটনা হোৱাটো নিশ্চিত আছিল। এই সন্দৰ্ভত দিল্লীৰ উপ-ৰাজ্যপাল, আয়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ সৈতে আলোচনা কৰিছো, কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।’

      আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই ঘটনাৰ দুখ প্ৰকাশ কৰি তদন্তৰ ঘোষণা কৰে। তেওঁ কয়, ‘এই দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছো। ভগৱানে বিদেহী আত্মাক শান্তি দিয়ক। লগতে শোকসন্তপ্ত পৰিয়ালসমূহক এই অপূৰণীয় ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।

      উল্লেখ্য যে, এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেইবাগৰাকীও শিশু আৰু মহিলা আছে।

      Related Posts

      শাও লাগিছে পাকিস্তানত! এটাৰ পিছত আনটো বিস্ফোৰণৰ ঘটনা…
      Top News

      June 8, 2025
      মাজ ৰাস্তাত ধনী মানুহৰ গুণ্ডাগিৰি, সুৰাৰ দোকানৰ বাহিৰত হুলস্থুলৰ সৃষ্টি…

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      এপ্ৰিলৰ পৰিবৰ্তে ডিচেম্বৰ মাহত হওক বাংলাদেশৰ নিৰ্বাচন! তিনিটা কাৰণ দি ইউনুছৰ ওপৰত হেঁচা…

      June 8, 2025
      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ
      Top News

      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ

      June 8, 2025
      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা
      Top News

      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

      June 8, 2025
      কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ

      শীৰ্ষ সংবাদ

      শাও লাগিছে পাকিস্তানত! এটাৰ পিছত আনটো বিস্ফোৰণৰ ঘটনা…

      মাজ ৰাস্তাত ধনী মানুহৰ গুণ্ডাগিৰি, সুৰাৰ দোকানৰ বাহিৰত হুলস্থুলৰ সৃষ্টি…

      এপ্ৰিলৰ পৰিবৰ্তে ডিচেম্বৰ মাহত হওক বাংলাদেশৰ নিৰ্বাচন! তিনিটা কাৰণ দি ইউনুছৰ ওপৰত হেঁচা…

      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ

      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

      কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist