• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নৱৰাত্ৰিৰ তৃতীয়টো দিনা পঢ়ক মা চন্দ্ৰঘণ্টাৰ কাহিনী, পাব সকলো ভয়ৰ পৰা মুক্তি!

Nation NE by Nation NE
October 5, 2024
in Top News, অসম
0 0
নৱৰাত্ৰিৰ তৃতীয়টো দিনা পঢ়ক মা চন্দ্ৰঘণ্টাৰ কাহিনী, পাব সকলো ভয়ৰ পৰা মুক্তি!
Share on FacebookShare on TwitterWhatsApp

নৱৰাত্ৰি উৎসৱ ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। আজি নৱৰাত্ৰিৰ তৃতীয়টো দিন। দেৱী চন্দ্ৰঘন্টাক আজিৰ দিনটোত দেৱী দুৰ্গাৰ তৃতীয় অৱতাৰ হিচাপে পূজা কৰা হয়। বিশ্বাস কৰা হয় যে, এই দিনটোত উপবাসে থাকি মাৰ উপাসনা কৰাৰ লগতে মা চন্দ্ৰঘণ্টাৰ কাহিনী শুনিলে জীৱনত সুখ লাভ কৰিব পাৰি। ইয়াৰ লগতে  সকলো ধৰণৰ ভয়ৰ পৰাও পৰিত্ৰাণ পাব।

নৱৰাত্ৰিৰ তৃতীয় দিনটো মা চন্দ্ৰঘন্টালৈ উৎসৰ্গিত। মা দুৰ্গাৰ এই ৰূপ অতি শান্তিপূৰ্ণ আৰু পৰোপকাৰী। বিশ্বাস কৰা হয় যে, মা চন্দ্ৰঘণ্টাৰ উপাসনা কৰি এগৰাকী ব্যক্তিয়ে আধ্যাত্মিক শক্তি লাভ কৰিব পাৰে। ইয়াৰ উপৰিও, মা চন্দ্ৰঘণ্টাৰ উপাসনা কৰিলে সকলো ধৰণৰ ৰোগ আৰু কষ্টৰ পৰা ৰক্ষা পাব পাৰি। মা চন্দ্ৰঘণ্টাৰ কপালত অৰ্ধচন্দ্ৰমা বিৰাজমান, সেয়েহে তেওঁৰ নাম চন্দ্ৰঘণ্টা হয়। তেওঁৰ শৰীৰৰ ৰং সোণৰ দৰে উজ্জ্বল আৰু তেওঁৰ হৈছে বাহনখন সিংহ।

মা চন্দ্ৰঘন্টাৰ পূজা কৰাৰ শুভ মুহুৰ্ত–

বৈদিক শাস্ত্ৰৰ মতে, মা চন্দ্ৰঘণ্টাৰ উপাসনা কৰাৰ শুভ সময় হ’ব পুৱা ১১.৪৬  বজাৰ পৰা নিশা ১২.৩৩ বজালৈ। এই সময়ছোৱাত, মা চন্দ্ৰঘণ্টাক উপাসনা কৰিব পাৰি আৰু তেওঁক ভোগ লগোৱা হয়।

মা চন্দ্ৰঘন্টাৰ ব্ৰত কথা–

জনশ্ৰুতি অনুসৰি, মা দুৰ্গাৰ প্ৰথম ৰূপ হৈছে মা শৈলপুত্ৰী আৰু দ্বিতীয় ৰূপ হৈছে মা ব্ৰহ্মচাৰিণী ৰূপ। মা ব্ৰহ্মচাৰিণী ৰূপক পূজা কৰিলে ভগৱান শিৱৰ কৃপা লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। প্ৰবাদ মতে, যেতিয়া মা ব্ৰহ্মচাৰিণীয়ে ভগৱান শংকৰক নিজৰ স্বামী হিচাপে প্ৰাপ্ত কৰিছিল, তেতিয়াই তেওঁ আদিশক্তিৰ ৰূপত আৱিৰ্ভাৱ হয় আৰু চন্দ্ৰঘন্টা নাম লৈছিল।

যেতিয়া পৃথিৱীত ৰাক্ষসৰ সন্ত্ৰাস বাঢ়িবলৈ আৰম্ভ কৰিছিল, তেতিয়া মা দুৰ্গাই মা চন্দ্ৰঘণ্টাৰ অৱতাৰ লৈছিল। একে সময়তে, মহিষাসুৰৰ দেৱতাসকলৰ সৈতে এক ভয়ংকৰ যুদ্ধ চলি আছিল। মহিষাসুৰে দেৱৰাজ ইন্দ্ৰৰ সিংহাসন কাঢ়ি নিব বিচাৰিছিল। মহিষাসুৰে স্বৰ্গত নিজে শাসন কৰাৰ আকাংক্ষা পূৰণ কৰিবলৈ দেৱতাসকলৰ সৈতে এই যুদ্ধত লিপ্ত হৈছিল।

যেতিয়া দেৱতাসকলে মহিষাসুৰৰ ইচ্ছাৰ বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁলোক বিচলিত হৈ ভগৱান ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ কাষ চাপে। দেৱতাসকলৰ পৰা মহিষাসুৰে তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰৰ কথা জানিব পাৰি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ যথেষ্ট খং উঠিল। খঙত তিনিওজনৰ মুখৰ পৰা শক্তিৰ এক উৰ্জা নিৰ্গত হয়, সেই শক্তিৰ পৰাই এগৰাকী দেৱীৰ আৱিৰ্ভাব হয়। এই দেৱীগৰাকীক ভগৱান শংকৰে নিজৰ ত্ৰিশূল, ভগৱান বিষ্ণুই নিজৰ চক্ৰ, ইন্দ্ৰই নিজৰ ঘণ্টা, সূৰ্যই নিজৰ উজ্বলতা, তৰোৱাল আৰু সিংহ প্ৰদান কৰিছিল।ইয়াৰ পিছত মা চন্দ্ৰঘণ্টাই মহিষাসুৰক বধ কৰি দেৱতাসকলক ৰক্ষা কৰিছিল।

Tags: Durga PujaFestivalNavaratri

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025