• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, March 15, 2026
22 °c
Guwahati
22 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নেপালৰ সংসদৰ পৰা চেয়াৰখন লৈ পলাল প্ৰতিবাদকাৰী! ভিডিঅ’ ভাইৰেল

Nation NE by Nation NE
September 10, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নেপালৰ সংসদৰ পৰা চেয়াৰখন লৈ পলাল প্ৰতিবাদকাৰী! ভিডিঅ’ ভাইৰেল
Share on FacebookShare on TwitterWhatsApp

এই মুহূৰ্তত উতলি আছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। ৰাজপথত জনসমাগম, সংসদত অশান্তি আৰু অগ্নিসংযোগ আৰু লুণ্ঠনৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

শেহতীয়াকৈ আন এক ভাইৰেল ভিডিঅ’ৱে সকলোকে আচৰিত কৰি তুলিছে। ইয়াত দেখা যায় যে সংসদত জুই লগোৱাৰ পিছত প্ৰতিবাদকাৰীয়ে তাৰ পৰাই সামগ্ৰী লুটপাত কৰিবলৈ আৰম্ভ কৰে। কোনোবাই নথি-পত্ৰ সিঁচৰতি কৰি আছে, কোনোবাই আচবাব ভাঙিছে আৰু ইফালে সংসদৰ হুইল চেয়াৰখন কঢ়িয়াই লৈ যোৱাও কেমেৰাত ধৰা পৰিছে। এই দৃশ্য ইমানেই অদ্ভুত আৰু চাঞ্চল্যকৰ যে যিয়েই দেখিছে স্তম্ভিত হৈ পৰিছে।

ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে সংসদ ভৱনৰ খিৰিকীৰে ধোঁৱা ওপৰলৈ উঠিছে। চৌদিশে বিশৃংখল পৰিৱেশ। জুইৰ শিখাই আগুৰি ধৰিছে কাগজ আৰু আচবাব। ইফালে প্ৰতিবাদকাৰীয়ে ভিতৰলৈ সোমাই বনৰীয়া ভাঙি ভাঙি ধ্বংস কৰে। চকী, টেবুলসকলো ওলোটা হৈ যায় আৰু তাৰ পিছত কিছুমান মানুহে পৰিস্থিতিৰ সুযোগ লৈ চকীখন বাহিৰলৈ ঠেলি দিয়ে। সংসদৰ দৰে গুৰুতৰ আৰু মৰ্যাদাপূৰ্ণ ঠাই এখন নিমিষতে হাঁহিয়াতৰ পাত্ৰ হৈ পৰিল। সংসদৰ বাহিৰত চকা চকী লৈ শ্লোগান উঠা দেখা গৈছে।

কিছুদিনৰ পৰা নেপালত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে Gen Z প্ৰতিবাদকাৰীৰ ক্ষোভ। ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞাৰ পিছত আৰম্ভ হোৱা এই প্ৰতিবাদে এতিয়া হিংসাত্মক ৰূপ ধাৰণ কৰিছে। সংসদৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান এটাক আক্ৰমণ কৰি তাৰ পিছত তাৰ পৰা আচবাব কাঢ়ি লোৱাটো এতিয়া ক্ৰোধে সীমা অতিক্ৰম কৰাৰ প্ৰমাণ। ইউজাৰে এই ভিডিঅ’টোৰ প্ৰতি বিভিন্ন ধৰণৰ ৰিয়েকচন দিছে।

এই ভিডিঅ’টো এক্স-একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে, বহুতে এই ভিডিঅ’টো লাইকো কৰিছে। এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভিডিঅ’টোক লৈ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Tags: #NepalGEN ZProtest

Related Posts

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাক আঘাত এই দেশৰ! আমেৰিকান সেনাৰ বাবে বন্ধ আকাশমাৰ্গ
Top News

March 15, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

March 15, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026

শীৰ্ষ সংবাদ

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাক আঘাত এই দেশৰ! আমেৰিকান সেনাৰ বাবে বন্ধ আকাশমাৰ্গ

ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025