• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, September 13, 2025
28 °c
Guwahati
25 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

    ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

    তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

    পৰিকল্পিত হ*ত্যা*কা*ণ্ড নে অন্য কিবা? আচলতে কি হৈছিল ছিপাঝাৰৰ এই পৰিয়ালটোৰ সৈতে?

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণৰ পিছতেই সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা নেপালত

      Nation NE by Nation NE
      September 13, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণৰ পিছতেই সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা নেপালত
      Share on FacebookShare on TwitterWhatsApp

      নেপালৰ ৰাজনীতিত ১২ ছেপ্তেম্বৰৰ নিশা ইচিহাস ৰচিত হয়। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে নৱনিযুক্ত প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীক শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ লগতে দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন ঘোষণা কৰে।

      জাৰি কৰা বিবৃতি অনুসৰি, ২০২৬ চনৰ ২১ মাৰ্চত অনুষ্ঠিত হব নেপালত সাধাৰণ নিৰ্বাচন। এইয়া এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাষ্ট্ৰপতি পৌডেলৰ প্ৰেছ উপদেষ্টাই জনোৱা অনুসৰি নৱনিযুক্ত প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ পৰামৰ্শমৰ্মে ৰাষ্ট্ৰপতিয়ে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

      চলিত বৰ্ষৰ ৯ ছেপ্তেম্বৰৰ পৰা সংঘটিত হয় এক হিংসাত্মক প্ৰতিবাদ। এই প্ৰতিবাদক GEN Z  প্ৰতিবাদ বুলি কোৱা হয়। নেপালত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে আৰম্ভ হোৱা এই প্ৰতিবাদে ধাৰণ কৰে হিংসাত্মক ৰূপ। প্ৰতিবাদ তীব্ৰতৰ হোৱাত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীয়ে পদত্যাগ কৰে। লগতে বহুকেইজন মন্ত্ৰী তথা নেতাইও পদত্যাগ কৰে। ইয়াৰ পিছতে নেপালৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী নেপালৰ অন্তবৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

      শুকুৰবাৰে কাঠমাণ্ডুৰ শীতল নিৱাসত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৭৩ বছৰীয়া প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে। তেওঁ উল্লেখ কৰে যে, তেওঁ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিব আৰু ছমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব ল’ব। দুৰ্নীতি আৰু ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞাক লৈ সমগ্ৰ দেশখনতে ক্ষোভৰ জোৱাৰ উঠে যাৰ পৰিণতিত এই পৰিৱৰ্তন ঘটে।

      Tags: #NepalPrime MinisterProtest

      Related Posts

      ভয়ংকৰ ভূঁইকপে জোকাৰিলে ৰাছিয়া, চীন-আমেৰিকালৈ চুনামী এলাৰ্ট জাৰি
      Top News

      ভয়ংকৰ ভূঁইকপে জোকাৰিলে ৰাছিয়া, চীন-আমেৰিকালৈ চুনামী এলাৰ্ট জাৰি

      September 13, 2025
      ২৮ কোটিৰো অধিক ধন লাভ, লগতে ১ কেজি ২৭০ গ্ৰাম সোণ আৰু ৭০ কেজি ৰূপৰ অনুদান মন্দিৰৰ ভঁৰালত
      Top News

      ২৮ কোটিৰো অধিক ধন লাভ, লগতে ১ কেজি ২৭০ গ্ৰাম সোণ আৰু ৭০ কেজি ৰূপৰ অনুদান মন্দিৰৰ ভঁৰালত

      September 13, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      September 13, 2025
      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত
      Top News

      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

      September 12, 2025
      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…

      এটা ৱাশ্বিং মেচিনৰ বাবেই এজন ভাৰতীয়ৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা
      আন্তঃ ৰাষ্ট্ৰীয়

      এটা ৱাশ্বিং মেচিনৰ বাবেই এজন ভাৰতীয়ৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

      September 12, 2025

      শীৰ্ষ সংবাদ

      ভয়ংকৰ ভূঁইকপে জোকাৰিলে ৰাছিয়া, চীন-আমেৰিকালৈ চুনামী এলাৰ্ট জাৰি

      ২৮ কোটিৰো অধিক ধন লাভ, লগতে ১ কেজি ২৭০ গ্ৰাম সোণ আৰু ৭০ কেজি ৰূপৰ অনুদান মন্দিৰৰ ভঁৰালত

      নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণৰ পিছতেই সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা নেপালত

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist