• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শংকা আহি পৰিব নেকি পত্ৰকাৰসকললৈ? AI ৰে সম্পাদিত হ’ল বিশ্বৰ প্ৰথমখন বাতৰি-কাকত

Nation NE by Nation NE
March 21, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শংকা আহি পৰিব নেকি পত্ৰকাৰসকললৈ? AI ৰে সম্পাদিত হ’ল বিশ্বৰ প্ৰথমখন বাতৰি-কাকত
Share on FacebookShare on TwitterWhatsApp

ইটালীৰ এটা সংবাদ মাধ্যমে সম্পূৰ্ণৰূপে কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্বাৰা প্ৰস্তুত কৰা বিশ্বৰ ভিতৰতে প্ৰথমখন কাকতৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ কৰা বুলি দাবী কৰিছে।

ৰক্ষণশীল-উদাৰবাদী দৈনিক কাকত IL FOGLIO ৰ এই পদক্ষেপক এমাহজোৰা সাংবাদিকতাৰ পৰীক্ষাৰ অংশ বুলি অভিহিত কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে AI প্ৰযুক্তিয়ে আমাৰ কামৰ ধৰণ আৰু আমাৰ দৈনন্দিন কাম-কাজত কেনে প্ৰভাৱ পেলায়, তাক বিস্তৃতভাৱে আলোচনা কৰা। কাকতখনৰ সম্পাদক ক্লাউডিঅ’ চেৰাছাই এই তথ্য দিয়ে।

৪ পৃষ্ঠাৰ IL FOGLIO AI, কাকতখনৰ মূল সংস্কৰণৰ সৈতে সংলগ্ন কৰা হৈছে। মঙলবাৰৰ পৰা ই ন্যুজষ্টেণ্ড আৰু অনলাইন দুয়োটাতে উপলব্ধ হ’ব।

সম্পাদক চেৰছাই কয় যে এইখনেই হ’ব বিশ্বৰ প্ৰথমখন দৈনিক কাকত যিটো সম্পূৰ্ণৰূপে AI ব্যৱহাৰ কৰি সৃষ্টি কৰা হ’ব।

আই এল ফ’গ্লিঅ’ এ আইৰ প্ৰথম সংস্কৰণৰ কভাৰ পেজত প্ৰকাশ পাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে জড়িত এক বাতৰি। “ইটালীৰ ট্ৰাম্পিয়ানসকলৰ বিৰোধ” শীৰ্ষক প্ৰতিবেদনত বৰ্ণনা কৰা হৈছে যে তেওঁলোকে কেনেকৈ “সংস্কৃতি বাতিল”ৰ বিৰোধিতা কৰে। কিন্তু আমেৰিকাত তেওঁলোকৰ মূল নেতাই একনায়কত্ববাদীৰ দৰে আচৰণ কৰিলে হয় আওকাণ কৰে নহয় উদযাপন কৰে।

প্ৰথম পৃষ্ঠাত আন এটা মুখ্য প্ৰবন্ধ প্ৰকাশ পাইছিল, যাৰ শিৰোনাম আছিল “পুটিন, ১০টা বিশ্বাসঘাতকতা”। প্ৰবন্ধটোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ “২০ বছৰৰ ভিতৰত ভংগ হোৱা প্ৰতিশ্ৰুতি, বাতিল কৰা চুক্তি আৰু বিশ্বাসঘাতকতা”ৰ ওপৰত আলোকপাত কৰা হৈছে।

দ্বিতীয় পৃষ্ঠাত “পৰিস্থিতি”ৰ ওপৰত এটা প্ৰতিবেদন দিয়া হৈছে, য’ত ইউৰোপীয় যুৱক-যুৱতীসকলে এতিয়া কেনেকৈ স্থায়ী সম্পৰ্কৰ পৰা আঁতৰি আহিছে, সেই বিষয়ে উজ্জ্বল কৰি তুলিছে। এই বাতৰি কাকতত প্ৰকাশিত সকলো প্ৰবন্ধ গঠন, স্পষ্ট আৰু পোনপটীয়া ভাষাত আৰু তাত কোনো ব্যাকৰণগত ভুল দেখা পোৱা নগ’ল।

Tags: AIItalyNEWSPAPER

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025