• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বছৰটোৱে কি দিলে, কি নিলে? অপেক্ষা! অনাগত সময় হওঁক সুখময়

Nation NE by Nation NE
December 31, 2024
in Top News, অসম
0 0
বছৰটোৱে কি দিলে, কি নিলে? অপেক্ষা! অনাগত সময় হওঁক সুখময়
Share on FacebookShare on TwitterWhatsApp

সমাগত নতুন ২০২৫। মাত্ৰ আৰু কেইটামান মূহুৰ্তৰ পাছতেই আৰম্ভ হ’ব নতুন বছৰৰ। এটা নতুন দিন বা নতুন বছৰ বাবে আমি সকলোৱে আগ্ৰহেৰে বাট চাই আছোঁ। সৌ সিদিনা আৰম্ভ হোৱা বছৰটো একেবাৰে শেষ প্ৰান্তত।

মাজনিশা আকাশ পোঁহৰাই তুলিব আঁতচবাজীয়ে,  সকলোৱে নতুন-নতুন সংকল্প ল’ব। নতুন সময় বা নতুন বছৰটো আনন্দেৰে আঁকোৱালি ল’বলৈ আমি সকলোৱে আগ্ৰহেৰে বাট চাই আছোঁ। সময়ৰ এই স্বাভাৱিক আহ্বানৰ মাজেৰে নতুন বছৰ এটা আহি আমাৰ পদূলি মুখত।

এইখিনি পলত ৰৈ সকলোৱে হিচাপ কৰি চাইছে বছৰটোৱে আমাক কি দিলে, আমাক কি নিলে।কিন্তু উল্লাস আৰু উৎসৱৰ মাজতেই নতুন বছৰটো হৈছে চিন্তাৰ সময়, আত্মনিৰীক্ষণৰ সময়, সময়ৰ ক্ষন্তেকীয়া স্বভাৱক স্বীকাৰ কৰাৰ সময়। এনেকৈয়ে আগবাঢ়িছে সময়, এনেকৈয়ে আগবাঢ়িছে বছৰ।

নিজৰ ব্যক্তিগত জীৱনৰ উপৰিও বছৰটোৱে ৰাজ্যখনক সফলতাৰ দিশত কি দিলে সেয়াও গুৰুত্বপূৰ্ণ। কিয়নো ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ ব্যক্তিগত উন্নতি। সমাজখনৰ উন্নতি হলেহে আমাৰো জীৱন সুৰক্ষিত আৰু সুনিশ্চিত হয়।

আমি আজি আহি যিটো বিন্দুত শেষ উপনীত হৈছো, ঠিক ইয়ৰ পৰাই আৰম্ভ হব এক নতুন যাত্ৰাৰ। পুৰণি বছৰটোতকৈ এইবছৰটো আৰু অধিক ইতিবাচক কামৰ মাজেৰে উদ্ভাষিত হৈ উঠক আমাৰ সকলোৰে জীৱন। নতুন আশা, নতুন প্ৰত্যাশা, নতুন দিগন্তই পোহৰাই তোলক আমাৰ মন-প্ৰাণ সকলো। গতিকে অনাগত সময় সুখৰ হওঁক, সুন্দৰ হওঁক সকলোৰে বাবে।

Tags: New HopeNew yearNEW YEAR RESOLUTION

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025