• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
22 ° Sat
20 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এগৰাকী স্বামীহীনা মহিলাৰ কাহিনী শুনি সেমেকি উঠিব আপোনাৰ অন্তৰ

Nation NE by Nation NE
November 5, 2024
in Top News, অসম
0 0
এগৰাকী স্বামীহীনা মহিলাৰ কাহিনী শুনি সেমেকি উঠিব আপোনাৰ অন্তৰ
Share on FacebookShare on TwitterWhatsApp

এগৰাকী স্বামীহীনা মহিলাৰ অসহায় অৱস্থা।তেওঁৰ কাহিনী শুনি কান্দোনত ভাঙি পৰিব আপোনাৰো অন্তৰ।মহিলাগৰাকীৰ নাম পদ্মা ডেকা। তেওঁৰ আছে এখন সৰু চাহৰ দোকান।

১০ বছৰ পূৰ্বে তেওঁ হেৰুৱাই নিজৰ স্বামীক।স্বামী ঢুকোৱাৰ পিছৰে পৰা ৰঙিয়াৰ মধুকুছীৰ পদ্মা ডেকাই অকলে চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম।

বিগত ১০ বছৰ ধৰি পদ-পথত চাহ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে পদ্মাই। অৰুণোদয় অথবা বিধৱা পেঞ্চনৰ পৰাও বঞ্চিত হৈ আছে পদ্মা ডেকা। উত্তৰ গুৱাহাটীৰ আৰক্ষী চকীৰ সন্মুখত এনেদৰেই চাহ বিক্ৰি কৰি আহিছে পদ্মাই।

পিছে হঠাতে যেন কাল ধুমুহা নামি আহিছে এই গৰাকী অসহায় মহিলাৰ জীৱনত।এতিয়া গ্ৰাহকৰ অভাৱত চকুলো নিগৰিছে এই মহিলাগৰাকীৰ। কিয়নো যেতিয়াৰে পৰা উত্তৰ গুৱাহাটী আৰক্ষী চকী স্থানান্তৰ কৰা হৈছে, তেতিয়াৰে পৰা তেওঁৰ দোকানলৈ চাহ খাবলৈ নাহে কোনো গ্ৰাহক। পৰিয়াল বুলিবলৈও তেওঁৰ কোনো নাই, লগতে তেওঁ লাভ কৰা নাই কোনো চৰকাৰী আঁচনি ।

দিনৰ দিনতো দোকানতে বহি এতিয়া মাঁথো অসহায় পদ্মা ডেকাই অপেক্ষা কৰিছে গ্ৰাহকৰ বাবে। চৰকাৰৰ পৰা কিছু সহায়ৰ হাত লাভ কৰিব বুলি  আশাবাদী তেওঁ।

Tags: local newslocal storyNorth guwahati

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026
শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025