• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, February 14, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উত্তৰ-পূৱলৈ ভয়ংকৰ বিপদ মাতিবলৈ ৰঙা চীনৰ নতুন কৌশল!

Nation NE by Nation NE
December 27, 2024
in Top News, উত্তৰ পূৱ
0 0
উত্তৰ-পূৱলৈ ভয়ংকৰ বিপদ মাতিবলৈ ৰঙা চীনৰ নতুন কৌশল!
Share on FacebookShare on TwitterWhatsApp

অসম তথা উত্তৰ-পূৱলৈ ভয়ংকৰ বিপদ কঢ়িয়াবলৈ সাজু চীন। ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰিব এক সৰ্ববৃহৎ বান্ধ।

ব্ৰহ্মপুত্ৰৰ ওপৰত তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণত অনুমোদন চীনৰ।ভাৰতৰ সীমান্তৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ তিব্বতী নাম য়াৰলুং জাংবো নদীত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে চীনে। ভাৰতৰ সীমান্তৰ নিচেই কাষতে ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই নদীবান্ধ।

বছৰি ইয়াৰ দ্বাৰা উৎপাদন হ’ব ৩০০ বিলিয়ন কিলোৱাট বিদ্যুৎ। অৰ্থাৎ ৩০০ বিলিয়ন কিলোৱাট ঘণ্টাৰো অধিক বাৰ্ষিক বিদ্যুৎ উৎপাদনৰ আশা কৰিছে চীনে—যি ৩০ কোটি লোকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ চীনৰ থ্ৰী গৰ্জ বান্ধক অতিক্ৰম কৰিব, যিটো বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নদীবান্ধ।

বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প থ্ৰি গৰ্জেছ ডেমতকৈ ৪ গুণ বৃহৎ হ’ব এই প্ৰকল্প। নামছা-বাৰৱা পৰ্বতৰ তলত ৬টাকৈ সুৰংগ খান্দি ২০ কিলোমিটাৰ পৰ্যন্ত বোৱাই অনা হ’ব ব্ৰহ্মপুত্ৰৰ আধা পানী।

আশংকা কৰা হৈছে যে, এই বান্ধ নিৰ্মাণ হ’লেই অসম আৰু অৰুণাচলৰ পাৰিপাৰ্শ্বিকতালৈ আহিব ভাবুকি। ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত একাংশ লোকৰ বাবে আতংকৰ কাৰণ হ’ব এই নদীবান্ধ।

এই নদীবান্ধে প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে ভাৰত আৰু বাংলাদেশলৈ। এই বান্ধৰ ফলতেই পানীৰ অভাৱ হোৱাৰ লগতে, ভূমিকম্প তথা তীব্ৰ খৰাঙে দেখা দিব ৰাজ্যত।

Tags: #AssamChinaNorth-East

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 14, 2026
ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি  নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…

February 13, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

February 13, 2026
ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025