• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 16, 2025
18 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অধ্যাপকৰ কু-কাণ্ড; নম্বৰ বঢ়োৱা, চাকৰিৰ প্ৰলোভনেৰে ছাত্ৰীৰ সৈতে অপকৰ্ম

Nation NE by Nation NE
March 18, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অধ্যাপকৰ কু-কাণ্ড; নম্বৰ বঢ়োৱা, চাকৰিৰ প্ৰলোভনেৰে ছাত্ৰীৰ সৈতে অপকৰ্ম
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ হাথৰছৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। ছাত্ৰীৰ সৈতে যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগত এজন অধ্যাপকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এজাহাৰ। কেৱল এয়াই নহয় অধ্যাপকগৰাকীক ইতিমধ্যে নিলম্বন কৰা হৈছে বুলিও এগৰাকী শীৰ্ষ বিষয়াই জানিব দিয়ে।

চক্ৰ বিষয়া যোগেন্দ্ৰ কৃষ্ণ নাৰায়ণে জানিব দিয়ে যে, হাথৰছৰ ছেঠ ফুল চন্দ বাগলা পিজি কলেজৰ ভূগোল বিজ্ঞানৰ মুৰব্বী অধ্যাপক ৰজনীশৰ বিৰুদ্ধে কোনো অজ্ঞাত লোকে অভিযোগ দাখিল কৰাৰ পিছতে ১৩ মাৰ্চত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। এজাহাৰত উল্লেখ আছে যে অধ্যাপকজনে কেইবাগৰাকীও ছাত্ৰীৰ সৈতে অপকৰ্মত লিপ্ত হৈছিল।

অধ্যাপক গৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৬৪ (২), ৬৮ আৰু ৭৫ ধাৰাৰ অধীনত ৰুজু হৈছে গোচৰ। বিষয়াগৰাকীয়ে জনোৱা মতে, এই ঘটনাৰ বিস্তৃত তদন্ত আৰম্ভ হোৱাৰ লগতে অজ্ঞাত এজাহাৰকাৰীৰ পৰিচয় উদ্ধাৰৰ বাবেও অভিযান চলাই থকা হৈছে।

ইফালে হাথৰছৰ ছেঠ ফুল চন্দ বাগলা পিজি কলেজৰ সচিব প্ৰদীপ কুমাৰ বাগলাই এজাহাৰৰ কথা জানিব পাৰি অধ্যাপক ৰজনীশক তাৎক্ষণিকভাৱে নিলম্বন কৰে। আনহাতে অভিযুক্ত অধ্যাপকগৰাকীয়ে এই সন্দৰ্ভত কয় যে, বিগত ১৮ বছৰ ধৰি এইধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে আৰু বিভিন্ন সময়্ত তদন্তও হৈছে।

বিগত সপ্তাহত অভিযোগকাৰীয়ে মহিলা আয়োগ আৰু আন আন বিভাগীয় বিষয়াসকলক লিখা পত্ৰত স্পষ্টভাৱে কয় যে অধ্যাপকগৰাকীয়ে ছাত্ৰীসকলৰ সৈতে কুকৰ্ম কৰে আৰু সেইবোৰ তেওঁ মোবাইলেৰে ভিডিঅ’ বনাই। তদুপৰি অভিযোগকাৰীয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ তোলে।

পত্ৰখনত অভিযোগকাৰীয়ে কয়, ‘(নৰেন্দ্ৰ) মোদী চৰকাৰে ‘বেটী বচাও বেটী পঢ়াও’ৰ সমৰ্থন কৰাৰ পিছতো এনেধৰণৰ ব্যক্তিয়ে ছোৱালীসকলৰ লগত কুকৰ্ম কৰে। মই এই পাষণ্ড ব্যক্তিজনৰ পৰা ইমানেই বিৰক্ত হৈছো যে কেতিয়াবা কেতিয়াবা আত্মহত্যা কৰাৰ কথাও মনলৈ আহে।’

তেওঁ কয়, ‘অনুগ্ৰহ কৰি ছাত্ৰীসকলক বচাওক… লাজৰ কথা ভাবি কোনো ছাত্ৰীয়ে একো কথা নক’ব। সেয়ে অনুগ্ৰহ কৰি এই ৰাক্ষসজনৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি মোৰ দৰে আন ছোৱালীসকলকো ন্যায় দিয়ক।’

অভিযোগ অনুসৰি, অধ্যাপকগৰাকীয়ে বিগত ২০ বছৰ ধৰি ছাত্ৰীসকলক যৌন নিৰ্যাতন চলাই আহিছিল। ছাত্ৰীসকলৰ সৈতে অপকৰ্মৰ ভিডিঅ’ বনাই ব্লেকমেইল কৰাৰো অভিযোগ আছে অধ্যাপকগৰাকীৰ বিৰুদ্ধে।

আৰক্ষীয়ে কয় যে অভিযোগকাৰীয়ে কেইখনমান ফটোও প্ৰেৰণ কৰিছে, য’ত অধ্যাপকগৰাকীক অশ্লীল ৰূপত দেখা যায়। যুৱতীৰ সৈতে অধ্যাপকগৰাকীয়ে নিৰ্মাণ কৰা অশ্লীল ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

ইফালে ঘটনা সন্দৰ্ভত চাৰিজনীয়া এখন তদন্ত সমিতি গঠন কৰা হৈছে। এই কমিটিত এছ ডি এম সদৰ নীৰজ শৰ্মাক অধ্যক্ষ, চি অ’ যোগেন্দ্ৰ কৃষ্ণ নাৰায়ণ, তহচিলদাৰ চন্দ্ৰ প্ৰকাশ সিং আৰু বি এছ এ স্বতী ভাৰতীক সদস্য কৰা হৈছে।

তদন্ত সম্পূর্ণ কৰি সাত দিনৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত কমিটীয়ে তদন্ত আৰম্ভ কৰিছে। সোমবাৰে অভিযুক্ত অধ্যাপকগৰাকীলৈ জাননী জাৰি কৰা হৈছে।

আনহাতে সোমবাৰে হাথৰাছ গেট আৰক্ষীও মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ অধ্যক্ষ, কৰ্মচাৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক জেৰা কৰে। আৰক্ষীয়ে ভিডিঅ’ নিৰ্মাণ কৰা কোঠাটোত সোমাই মেপ বনাই তাৰ পিছত বন্ধ কৰি দিয়ে।

উল্লেখ্য যে, ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰজনীশে নম্বৰ বঢ়াই দিয়া, চৰকাৰী চাকৰি প্ৰদানৰ প্ৰলোভন দি দীৰ্ঘদিনৰ পৰা ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে অধ্যাপকগৰাকীয়ে সংঘটিত কৰা কু-কাণ্ডৰ ৫৯টা ভিডিঅ’ আৰু ফটো প্ৰকাশ পাইছে। শিক্ষকৰ দৰে পৱিত্ৰ বৃ্ত্তিত নিয়োজিত এগৰাকী অধ্যাপকৰ এই কু-কাণ্ডক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে।

Tags: #HathrasProfessorSexual Harassment

Related Posts

সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

December 16, 2025
ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…
Top News

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

December 16, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 16, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

শীৰ্ষ সংবাদ

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025