• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাৰ সকীয়নিক অংগুষ্ঠ ভাৰতৰ; ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ অজিত ডোভালৰ

Nation NE by Nation NE
August 7, 2025
in Top News, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
আমেৰিকাৰ সকীয়নিক অংগুষ্ঠ ভাৰতৰ; ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ অজিত ডোভালৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বৃহস্পতিবাৰে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত শক্তি আৰু প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে এই বৈঠক অনুষ্ঠিত হয়।

বুধবাৰে মস্কোত উপস্থিত হোৱা ডোভালে অতি শীঘ্ৰে পুটিনে ভাৰত ভ্ৰমণ কৰিব পাৰে বুলি ইতিমধ্যে ইংগিত দিছিল।

ইয়াৰ পূৰ্বে ডোভালে ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিব চাৰ্গেই শ্বোইগুকো সাক্ষাৎ কৰে। শ্বোইগুৱে কয় যে ভাৰত আৰু ৰাছিয়াৰ মাজত “শক্তিশালী আৰু সময়ৰ পৰীক্ষাত” বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে।

ৰাষ্ট্ৰপতি পুটিন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত নতুন উচ্চ পৰ্যায়ৰ আলোচনাৰ সময় নিৰ্ধাৰণ কৰাটো দুয়োখন দেশৰ বাবে গুৰুত্বপূৰ্ণ বুলিও তেওঁ অভিহিত কৰে।

ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিবগৰাকীয়ে লগতে কয় যে দুয়োখন দেশেই আধুনিক যুগৰ প্ৰত্যাহ্বান আৰু ভাবুকিৰ সৈতে যৌথভাৱে মোকাবিলা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ভাৰত আৰু ৰাছিয়া কেইবা দশক ধৰি নিৰাপত্তা, প্ৰতিৰক্ষা, শক্তি আৰু প্ৰযুক্তিগত খণ্ডত ইজনে সিজনৰ লগত কৌশলগতভাৱে জড়িত হৈ আছে।

Tags: Ajit DovalNSARussiaVladimir Putin

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025