• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতীয়-মূলৰ সুচিৰ বালাজী ঘটনা সন্দৰ্ভত এলন মাস্কৰ প্ৰশ্ন

Nation NE by Nation NE
December 30, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতীয়-মূলৰ সুচিৰ বালাজী ঘটনা সন্দৰ্ভত এলন মাস্কৰ প্ৰশ্ন
Share on FacebookShare on TwitterWhatsApp

কোটিপতি উদ্যোগী এলন মাস্কে ChatGPTৰ নিৰ্মাণ কোম্পানী OpenAIৰ পূৰ্বৰ কৰ্মচাৰী সুচিৰ বালাজীৰ মাতৃয়ে কৰা অনুৰোধৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এয়া কোনো আত্মহত্যাৰ লক্ষণ নহয়। ইয়াৰ পিছত তেওঁ সুচিৰৰ মৃত্যুৰ বাবে FBIৰ উচিত তদন্তৰ আহ্বান জনাইছে।

২৬ নৱেম্বৰত ছান ফ্ৰান্সিস্কোৰ এপাৰ্টমেণ্টত ২৬ বছৰীয়া গৱেষক সুচিৰ বালাজীক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।প্ৰথমে কৰ্তৃপক্ষই তেওঁৰ মৃত্যুক আত্মহত্যা বুলি ৰায় দিছিল।

সুচিৰৰ মাতৃ পূৰ্ণিমা ৰামা ৰাৱে কয় যে, যদিও কৰ্তৃপক্ষই মৃত্যুৰ কাৰণ আত্মহত্যা বুলি ঘোষণা কৰিছে। তথাপি তেওঁলোক নিশ্চিত যে এয়া এক পৰিকল্পিত নিৰ্মম হত্যাকাণ্ড। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰে যে, তেওঁলোকে এগৰাকী ব্যক্তিগত তদন্তকাৰীৰ সহায় লৈছিল। মৃত্যুৰ কাৰণ জানিবলৈ দ্বিতীয়বাৰৰ বাবে সুচিৰৰ মৃতদেহ পৰীক্ষা কৰা হয় (Second Autopsy)। ব্যক্তিগত তদন্তকাৰীয়ে কয় যে, তেওঁৰ মৃত্যুৰ কাৰণ আৰক্ষীয়ে কোৱাৰ দৰে নহয়।

প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে মৃত্যুৰ কাৰণ আত্মহত্যা বুলি ঘোষণা কৰিছিল। তেতিয়াৰ পৰাই সুচিৰৰ মাকে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি আহিছে। তেওঁ নিজৰ পোষ্টত আৰু লিখিছে, সুচিৰৰ এপাৰ্টমেণ্টটো লুটপাত কৰাৰ লগতে বাথৰুমত সংগ্ৰামৰ চিন দেখা গৈছিল। তেজৰ দাগবোৰৰ ওপৰত ভিত্তি কৰি বাথৰুমত কোনোবাই হত্যা কৰা যেন লাগে। তেওঁলোকে এই ঘটনাৰ ন্যায় বিচাৰে আৰু তেওঁলোকক ন্যায় পোৱাত কোনেও বাধা দিব নোৱাৰে।

পূৰ্ণিমা ৰামা ৰাওৱে নিজৰ পোষ্টটোত এলন মাস্ক আৰু বিবেক ৰামাস্বামীকো টেগ কৰিছে। এলন মাস্কেও এই পোষ্টটোৰ ওপৰত মন্তব্য কৰিছে। তেওঁ লিখা পোষ্টটো শ্বেয়াৰ কৰি কয় যে, সুচিৰ বালাজীয়ে ChatGPT বনোৱা কোম্পানী OpenAI ত কাম কৰি আহিছে। তেওঁ আছিল ভাৰতীয়-আমেৰিকান মূলৰ অভিযন্তা। প্ৰায় ৪ বছৰ কটোৱাৰ পিছত ২০২৩ চনৰ অক্টোবৰ মাহত OpenAI  কোম্পানীটো এৰি থৈ যায়। OpenAI ত সুচিৰে কোম্পানীটোৰ বিশেষ প্ৰডাক্ট ChatGPT ৰ বাবে তথ্য সংগ্ৰহ কৰাত অৰিহণা যোগাইছিল। তেওঁ লোয়াৰ হাইট জিলাৰ বুকানান ষ্ট্ৰীট এপাৰ্টমেণ্টত বাস কৰিছিল।

২৬ নৱেম্বৰত উদ্ধাৰ হৈছিল এই অভিযন্তাজনৰ মৃতদেহ। কিন্তু এই তথ্য বহুদিনৰ মূৰত সংবাদ মাধ্যমলৈ আহিছিল। আৰক্ষীয়ে কয় যে, প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ ফাউল প্লে’ৰ প্ৰমাণ পোৱা নাই। এয়া আত্মহত্যাৰ গোচৰ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, সুচিৰ বালাজীয়ে OpenAI কোম্পানীক কপিৰাইটৰ সৈতে জড়িত নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

Tags: ChatGPTElon MuskOpenAI

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025