• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 11, 2025
30 °c
Guwahati
30 ° Sat
30 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ২ ভাৰতীয় বীৰাংগনাৰ পৰিকল্পনাত সফল ভাৰতৰ ‘অপাৰেচন সেন্দূৰ’, ২৫ মিনিটতে ধূলিসাৎ সন্ত্ৰাসবাদীৰ ঘাটি

      Nation NE by Nation NE
      May 7, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ২ ভাৰতীয় বীৰাংগনাৰ পৰিকল্পনাত সফল ভাৰতৰ ‘অপাৰেচন সেন্দূৰ’, ২৫ মিনিটতে ধূলিসাৎ সন্ত্ৰাসবাদীৰ ঘাটি
      Share on FacebookShare on TwitterWhatsApp

      পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যক্ষ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ৭ এপ্ৰিলৰ নিশা ১:৩০ বজাত বিমান আক্ৰমণৰ জৰিয়তে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছে। এই অভিযানৰ নাম হৈছে ‘অপাৰেচন সেন্দুৰ’।

      এই অভিযানৰ নেতৃত্ব দিছিল ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ ভৌমিকা সিং আৰু ভাৰতীয় সেনাৰ কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে, যিয়ে ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ মহিলাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত চিহ্নিত কৰিছিল।সংবাদমেলযোগে এই অভিযানৰ বিস্তৃত তথ্য দিয়ে এই ২ বীৰাংগনাই।

      ভাৰতীয় বায়ুসেনাৰ জ্যেষ্ঠ বিষয়া উইং কমাণ্ডাৰ ভৌমিকা সিঙে ‘অপাৰেচন সেন্দুৰ’ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই অভিযান নিখুঁত সফলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।পৰিয়ালৰ ভিতৰতে প্ৰথমগৰাকী সশস্ত্ৰ বাহিনীত যোগদান কৰা হিচাপে তেওঁ অভিযান্ত্ৰিক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত হেলিকপ্টাৰ পাইলট হিচাপে কমিচন লাভ কৰে, ২০১৯ চনৰ ১৮ ডিচেম্বৰত স্থায়ী কমিচন লাভ কৰে।

      আকৌ কৰ্পছ অৱ চিগনেলছৰ কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে ২০১৬ চনত ‘এক্সাৰচাইজ ফ’ৰ্চ ১৮’ত সেনাবাহিনীৰ এটা দলৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস ৰচনা কৰিছিল। কংগোত ৰাষ্ট্ৰসংঘৰ অভিযানকে ধৰি শান্তিৰক্ষাৰ শক্তিশালী পটভূমিৰে তেওঁ অসামৰিক প্ৰভাৱ কম কৰাৰ লগতে ‘অপাৰেচন সিন্দুৰ’ত ভাৰতীয় সেনাৰ কৌশলগত নিখুঁততাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ছফিয়াৰ ঘৰ সামৰিক পৰিয়ালৰ।

      ‘অপাৰেচন সেন্দুৰ’ৰ সফল অভিযানত এই দুই সেনা বিষয়াই অতি কৌশলেৰে পাকিস্তানক দেখুৱাই দিয়ে ভাৰতৰ শক্তিক।

      Tags: IndiaPakistanWar

      Related Posts

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা
      Top News

      July 11, 2025
      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
      Top News

      পুনৰ ইজৰাইলে কৰিছে নেকি ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা? ক’ত হ’ব এইবাৰ প্ৰথম আক্ৰমণ?

      July 11, 2025
      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…
      Top News

      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

      July 11, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      July 11, 2025
      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      BIG BREAKING

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      July 10, 2025

      শীৰ্ষ সংবাদ

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      পুনৰ ইজৰাইলে কৰিছে নেকি ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা? ক’ত হ’ব এইবাৰ প্ৰথম আক্ৰমণ?

      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist