• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 6, 2026
20 °c
Guwahati
21 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

OYO হোটেলৰ মালিকে গ্ৰাহকৰ সৈতে কৰিলে এনে কাণ্ড, যাৰ বাবে ভৰিব লগা হ’ল লাখ টকাৰ জৰিমনা

Nation NE by Nation NE
September 9, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
OYO হোটেলৰ মালিকে গ্ৰাহকৰ সৈতে কৰিলে এনে কাণ্ড, যাৰ বাবে ভৰিব লগা হ’ল লাখ টকাৰ জৰিমনা
Share on FacebookShare on TwitterWhatsApp

এখন OYO হোটেলৰ গৰাকীয়ে গ্ৰাহকৰ সৈতে কৰিলে এনে কাম কৰে, যাৰ বাবে পিছত আদালতে তেওঁক গধুৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।

কেৰালাৰ এৰ্নাকুলামৰ এজন ব্যক্তিয়ে অনলাইনত OYO হোটেলৰ এটা কোঠা বুক কৰিছিল। কিন্তু তেওঁ হোটেলত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ সৈতে ঘটিল এনে এক কাণ্ড, যিটো তেওঁ সম্ভৱতঃ কেতিয়াও কল্পনাও কৰা নাছিল।

হোটেলৰ মালিকে গ্ৰাহকজনক কোঠা এটা দিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰে। এই বিষয়টো ইমান বাঢ়ি যাই যে, তেওঁ গৈ আদালতত উপস্থিত হয়। আদালতে হোটেলৰ মালিকক ১,১০,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, আদালতে হোটেলৰ মালিকৰ ওপৰত জৰিমনা আৰোপ কৰে আৰু কয় যে,  অনলাইন বুকিংৰ জৰিয়তে কোঠাবোৰ পূৰ্ব-বুকিং কৰা স্বত্বেও, হোটেলৰ গৰাকীয়ে গ্ৰাহক আৰু তেওঁৰ পৰিয়ালক কোঠা ভাড়া দিবলৈ অস্বীকাৰ কৰে। যাৰ বাবে, হোটেলৰ গৰাকীয়ে গ্ৰাহকগৰাকীয়ে সন্মুখীন হোৱা সমস্যাবোৰৰ বাবে কৰিব লাগিব ক্ষতি বহন। সেয়েহে, হোটেলৰ গৰাকীয়ে জৰিমনা হিচাপে গ্ৰাহকজনক ১ লাখ টকা আৰু আদালতৰ ব্যয় হিচাপে ১০,০০০ টকা পৰিশোধ কৰিব লাগিব।

গ্ৰাহকজনে অভিযোগ কৰি কয় যে, তেওঁ নিজৰ সন্তান আৰু বৃদ্ধ পিতৃ-মাতৃৰ সৈতে ৰাতি হোটেললৈ গৈছিল। কিন্তু বুকিং কৰা স্বত্বেও, হোটেলৰ মালিকে তেওঁক কোনো কোঠা দিয়া নাছিল। সেই ৰাতি আন এখন হোটেল বিচাৰি পোৱাত তেওঁলোকৰ যথেষ্ট সমস্যা হৈছিল। অতি কষ্টেৰে তেওঁলোকে এখন হোটেল পাইছিল, য’ত তেওঁলোকে সেই ৰাতি উপস্থিত হয়।

গ্ৰাহকজনে দাখিল কৰা অভিযোগৰ ভিত্তিত আদালতে হোটেলৰ মালিকক ৩০ দিনৰ ভিতৰত এক লাখ টকা আৰু আদালতৰ ব্যয় হিচাপে ১০,০০০ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।

উপভোক্তা আয়োগৰ অধ্যক্ষ ডি বি বিনু আৰু সদস্য ভি ৰামচন্দ্ৰন আৰু টি এন শ্ৰীবিদ্যাই কয় যে, হোটেলৰ গৰাকীয়ে অভিযোগকাৰীৰ পৰিয়ালৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। ইয়াৰ ফলত কেৱল পৰিয়ালৰ আৰ্থিক ক্ষতি হোৱাই নহয়, মানসিক যন্ত্ৰণাও হৈছে। সেয়েহে, হোটেলৰ মালিকৰ ওপৰত এই জৰিমনা আৰোপ কৰা হৈছে।

Tags: HotelKeralaOYO

Related Posts

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…
Top News

February 6, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 6, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 6, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 6, 2026
প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

February 5, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

February 5, 2026

শীৰ্ষ সংবাদ

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025