• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
21 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চৰকাৰী ভ্ৰমণসূচীৰে চাৰিখন দেশলৈ যাব কেন্দ্ৰীয় বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

Nation NE by Nation NE
February 26, 2025
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
চৰকাৰী ভ্ৰমণসূচীৰে চাৰিখন দেশলৈ যাব কেন্দ্ৰীয় বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ চৰকাৰী কাৰ্যসূচী লৈ উৰুগুৱে, বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱা ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীয়ে ১ মাৰ্চত উৰুগুৱেৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু ওৰ্চিৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব।

যোৱা বছৰৰ নৱেম্বৰত গায়ানাত অনুষ্ঠিত দ্বিতিয় ভাৰত-কাৰিকম শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ভাৰত আৰু বাহামাছৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা আলোচনাৰ পৰৱৰ্তী পদক্ষেপ হ’ব মন্ত্ৰীগৰাকীৰ এই বাহামাছ ভ্ৰমণ।

বাৰ্বাড’ছত মন্ত্ৰীগৰাকীয়ে ২০২৪ চনৰ নৱেম্বৰত সফলতাৰে অনুষ্ঠিত ভাৰত-কাৰিকম শীৰ্ষ সন্মিলন আৰু তাৰ ঠিক পিছতে অনুষ্ঠিত দুয়ো দেশৰ প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পিছৰ দ্বিপাক্ষিক সম্পৰ্কক পৰ্যালোচনা কৰাৰ উপৰিও সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘোষণা কৰা ‘Honorary Order of Freedom of Barbados’ শীৰ্ষক সন্মানজনক বঁটাটি প্ৰধানমন্ত্ৰীৰ হৈ গ্ৰহণ কৰিব।

ভ্ৰমণসূচীৰ অন্তিম পৰ্বত মন্ত্ৰীগৰাকীয়ে নিকাৰাগুৱা ভ্ৰমণ কৰিব য’ত তেওঁ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণেই হ’ব নিকাৰাগুৱালৈ প্ৰথমগৰাকী ভাৰতীয় বিদেশ মন্ত্ৰীৰ ভ্ৰমণ।

উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ এই চাৰি ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত, তেওঁ বিভিন্ন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠকত ভাগ লোৱাৰ উপৰি দেশসমূহৰ শীৰ্ষ ৰাজনৈতিক, ব্যৱসায়িক তথা ঔদ্যোগিক নেতৃত্ব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক উন্নয়ন অংশীদাৰী প্রকল্পসমূহো পৰিদৰ্শন কৰিব।

মন্ত্ৰীগৰাকীয়ে যাত্ৰাপথত ২৭ ফেব্ৰুৱাৰীত ব্ৰাজিলৰ ছাও পাওলোত ক্ষন্তেকৰ বাবে জিৰণি লোৱাৰ সময়ত এক ব্যৱসায়িক গোষ্ঠীসমূহৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু সংশ্লিষ্ট দেশসমূহৰ মাজৰ উষ্ম, বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰৰ দুৱাৰ মুকলি হ’ব বুলি আশা কৰা হৈছে।

Tags: Country VisitsPabitra MargheritaUnion Minister of State for External Affairs

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025