• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পেইনকিলাৰৰ পৰা মাল্টিভিটামিনলৈ… চৰকাৰে নিষিদ্ধ কৰিছে ১৫৬ বিধ ঔষধ, জানো আহক কি এই ঔষধ

      Nation NE by Nation NE
      August 29, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      পেইনকিলাৰৰ পৰা মাল্টিভিটামিনলৈ… চৰকাৰে নিষিদ্ধ কৰিছে ১৫৬ বিধ ঔষধ, জানো আহক কি এই ঔষধ

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      কেন্দ্ৰীয় চৰকাৰে Fixed-Dose Combination (এফডিচি) ঔষধ নিষিদ্ধ কৰিছে। নিষিদ্ধ কৰা ঔষধবোৰৰ ভিতৰত আছে মাল্টিভিটামিন আৰু পেইনকিলাৰ। কেন্দ্ৰই পেৰাচিটামল, ট্ৰামাডল, টাউৰিন আৰু কেফেইনৰ সংমিশ্ৰণো নিষিদ্ধ কৰিছে। মন্ত্ৰালয়ে কৈছে যে, ঔষধবোৰ স্বাস্থ্যৰ বাবে উপযোগী নহয়। এইবোৰ ঔষধ গ্ৰহণ কৰিলে স্বাস্থ্যৰ যথেষ্ট অৱনতি হ’ব পাৰে।

      কেন্দ্ৰীয় চৰকাৰে জ্বৰ, চৰ্দি, এলাৰ্জি আৰু বিষৰ বাবে ব্যৱহৃত এণ্টিবেক্টেৰিয়েল ঔষধকে ধৰি বহুলভাৱে বিক্ৰী হোৱা ১৫৬ বিধ Fixed-Dose Combination (FDC) ঔষধ নিষিদ্ধ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে, এই ঔষধবোৰ গ্ৰহণ কৰিলে মানুহৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে।

      এই এফডিচি ঔষধবোৰক ককটেল ঔষধ বুলিও কোৱা হয়। সেইবোৰত একাধিক ঔষধৰ মিশ্ৰণ থাকে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ১২ আগষ্টত জাৰি কৰা অধিসূচনা অনুসৰি, চৰকাৰে পেইনকিলাৰ হিচাপে ব্যৱহৃত শীৰ্ষ ফাৰ্মা কোম্পানীবোৰে নিৰ্মাণ কৰা জনপ্ৰিয় সংমিশ্ৰণসমূহৰ ভিতৰত এটা ‘এচিক্লোফেনাক ৫০ মিগ্ৰা পেৰাচিটামল ১২৫ মিগ্ৰা টেবলেট’ নিষিদ্ধ ঘোষণা কৰিছে।

      ঔষধৰ নিষিদ্ধ তালিকাখনত, মেফেনামিক এচিড পেৰাচিটামল ইঞ্জেকচন, চেটিৰিজিন এইচচিএল পেৰাচিটামল ফেনাইলেফ্ৰাইন এইচচিএল, লেভোচেটিৰিজিন ফেনাইলেফ্ৰাইন এইচচিএল পেৰাচিটামল, পেৰাচিটামল ক্ল’ৰফেনিৰামাইন মালেটে, ফেনাইল প্ৰপানোলামাইন আৰু কেমিলোফিন ডিহাইড্ৰক্লৰাইড আদি অন্তৰ্ভুক্ত হৈ আছে। এইবোৰ অতি জনপ্ৰিয় ঔষধ, যিবোৰ ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।

      উল্লেখ্য যে,  যিবোৰ ঔষধ নিষিদ্ধ কৰা হৈছে, সেইবোৰ চুলিৰ বৃদ্ধি, ছালৰ যতন, জ্বৰ আৰু বিষ উপশমৰ বাবে ব্যৱহাৰ কৰা হয়। এই ঔষধবোৰ মাল্টিভিটামিন আৰু এণ্টিএলাৰজেন হিচাপেও ব্যৱহাৰ কৰা হয়। মানুহে শৰীৰত ভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ এই ঔষধবোৰ গ্ৰহণ কৰে। বিগত বৰ্ষতো কেন্দ্ৰীয় চৰকাৰে বহুতো ঔষধ নিষিদ্ধ কৰিছিল। সেই সময়ছোৱাত কোৱা হৈছিল যে, এই ঔষধবোৰৰ ব্যৱহাৰে স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটাব পাৰে।

      কেন্দ্ৰই পেৰাচিটামল, ট্ৰামাডল, টাউৰিন আৰু কেফেইনৰ সংমিশ্ৰণো নিষিদ্ধ কৰিছিল। ইয়াৰ উপৰিও,  অপিঅইড-আধাৰিত পেইনকিলাৰ ট্ৰামাডলো নিষিদ্ধ ঘোষণা কৰিছিল। চৰকাৰে কৈছে যে, মানুহে এই ঔষধবোৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে অন্য বিকল্প ব্যৱহাৰ কৰিব লাগে।

      Tags: Health NewsHealthy lifeMedical Science

      Related Posts

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য
      Top News

      June 7, 2025
      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025
      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      শীৰ্ষ সংবাদ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist