• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহাবিপদত পাকিস্তান, ভাৰতে প্ৰতিশোধ ল’লে অৰ্থনৈতিকভাৱে নি:শেষ হৈ যাব পাকিস্তান!

Nation NE by Nation NE
April 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
মহাবিপদত পাকিস্তান, ভাৰতে প্ৰতিশোধ ল’লে অৰ্থনৈতিকভাৱে নি:শেষ হৈ যাব পাকিস্তান!
Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ পেহেলগামত সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বতে পাকিস্তানক গৰিহণা দিয়া হৈছে। একে সময়তে ভাৰতে এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই পাকিস্তানক নিজৰ স্থান দেখুৱাইছে আৰু সকলো খাদ্য-পানীৰ যোগান বন্ধ কৰি দিছে।

ইতিমধ্যে পাকিস্তান সন্মুখীন হৈছে অৰ্থনৈতিক সংকটৰ। ভাৰতৰ যিকোনো কঠোৰ পদক্ষেপে ইয়াৰ পৰিস্থিতি আৰু অধিক অচল কৰি তুলিব পাৰে। যদি পাকিস্তানৰ অৰ্থনৈতিক অৱস্থালৈ চোৱা হয়, তেন্তে পাকিস্তানৰ হাতত সোণ বা ডলাৰ নাই আৰু বিদেশী মজুতও প্ৰায় নগণ্য।

এনে পৰিস্থিতিত যুদ্ধ হ’লে পাকিস্তানে ৭৮ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংকটৰ সন্মুখীন হ’ব। পাকিস্তানৰ বৰ্তমানৰ অৰ্থনৈতিক অৱস্থা কি আৰু ভাৰতৰ কিমান পিছ পৰি আছে জানো আহক-

দীৰ্ঘদিন ধৰি অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে পাকিস্তান। গধুৰ ঋণ, বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি, বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস আৰু ৰাজনৈতিক অস্থিৰতাই ইয়াৰ অৰ্থনীতি দুৰ্বল কৰি তুলিছে।

  • বৰ্তমান সময়ত পাকিস্তানৰ বিত্তীয় ঘাটি ৭.৪ শতাংশ হৈছেগৈ, যি পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাৰ বাবে অতি চিন্তনীয়।
  • ২০২৪-২৫ বৰ্ষৰ বাবে পাকিস্তানৰ জিডিপি বৃদ্ধিৰ হাৰ মাত্ৰ ৩.১ শতাংশ বুলি অনুমান কৰা হৈছে, যি বিশ্বৰ গড়তকৈ বহু কম।
  • ২০২৪ চনৰ অক্টোবৰ মাহলৈকে পাকিস্তান চৰকাৰৰ মুঠ ঋণ অভিলেখ ৭০.৩৬ লাখ কোটি পাকিস্তানী টকালৈ বৃদ্ধি পাইছে। অৰ্থাৎ প্ৰতিজন পাকিস্তানী নাগৰিকৰ গড় ঋণ ২.৩৪ লাখ পাকিস্তানী টকা।
  • আন্তঃৰাষ্ট্ৰীয় সংস্থা ফিচ ৰেটিংছৰ মতে, ২০২৫ চনৰ বিত্তীয় বৰ্ষত পাকিস্তানে ২২ বিলিয়ন ডলাৰতকৈ অধিক বহিঃ ঋণ পৰিশোধ কৰিব লাগিব।
  • কৰ ৰাজহও অতি কম। ২০২৪ চনত জিডিপিত কৰ ৰাজহৰ অংশ মাত্ৰ ৬.৮ শতাংশ হ’ব, আনহাতে মহামাৰীৰ পূৰ্বে ১০.৮ শতাংশ আছিল। ইয়াৰ ফলত চৰকাৰৰ আয়ৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰিছে।

বৰ্তমান পাকিস্তানৰ অৰ্থনীতি প্ৰায় সম্পূৰ্ণৰূপে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ সহযোগত চলি আছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত আই এম এফে পাকিস্তানক ৭ বিলিয়ন ডলাৰৰ নতুন বেইলআউট পেকেজ দিছিল। এইয়া পাকিস্তানৰ ২৪ সংখ্যক বেইলআউট। ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে, পাকিস্তান এতিয়া নিজৰ আৰ্থিক প্ৰয়োজনীয়তাৰ বাবে সম্পূৰ্ণৰূপে বহিঃসাহায্যৰ ওপৰত নিৰ্ভৰশীল।

সম্পত্তি আৰু মজুতৰ মাজতো বৃহৎ পাৰ্থক্য আছে-

  • সোণৰ মজুতৰ ক্ষেত্ৰতো ভাৰত আৰু পাকিস্তানৰ মাজত এক বৃহৎ ব্যৱধান আছে।
  • পাকিস্তানৰ হাতত মাত্ৰ ৬৪.৭৪ টন সোণ আছে, আনহাতে ভাৰতত ৮০০ টনতকৈ অধিক সোণৰ মজুত আছে।
  • বৈদেশিক মুদ্ৰাৰ মজুতৰ ক্ষেত্ৰতো পাকিস্তানৰ তুলনাত বহুগুণ আগবাঢ়ি আছে, যাৰ ফলত ভাৰতৰ অৰ্থনৈতিক স্থিতিশীলতা অধিক শক্তিশালী হৈ উঠে।

পাকিস্তানৰ শ্বেয়াৰ বজাৰ

পাকিস্তানৰ শ্বেয়াৰ বজাৰতো ভয়াৱহ সংকটৰ সন্মুখীন হৈছে। যোৱা সপ্তাহত পাকিস্তানৰ কে এছ ই-১০০ সূচকাংকত এদিনতে প্ৰায় ২০০০ পইণ্টৰ ব্যাপক হ্ৰাস পোৱা গৈছে।

আনহাতে, অৰ্থনৈতিক দিশত ভাৰত শক্তিশালীভাৱে আগবাঢ়িছে।

  • ২০২৩ চনত পাকিস্তানৰ অৰ্থনীতিতকৈ ভাৰতৰ অৰ্থনীতি প্ৰায় ১০ গুণ বেছি আছিল।
  • বিশ্ব বেংকৰ তথ্য অনুসৰি ২০০০ চনৰ পিছত পাকিস্তানৰ তুলনাত ২০০৪ চনত ভাৰতৰ জিডিপি ৫.৬ গুণ, ২০০৯ চনত ৭.২ গুণ, আৰু ২০১৯ চনত ৮.৮ গুণ বৃদ্ধি পাইছিল।

বৰ্তমান ভাৰত বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ভিতৰত গণ্য কৰা হৈছে, যিটো বিনিয়োগকাৰীৰ বাবে এক ডাঙৰ আকৰ্ষণ হৈ আছে।

ইতিমধ্যে পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা অতি ভয়ংকৰ। ভাৰতৰ যিকোনো প্ৰতিশোধমূলক ব্যৱস্থাই ইয়াৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে। ভাৰতৰ তুলনাত পাকিস্তান কেৱল অৰ্থনৈতিকভাৱে অতি দুৰ্বল হোৱাই নহয়, ইয়াৰ অৰ্থনৈতিক নিৰ্ভৰশীলতা আৰু আভ্যন্তৰীণ প্ৰত্যাহ্বানসমূহেও পাকিস্তানক অহৰহ পিছুৱাই ঠেলি দিছে। আগন্তুক সময়ত পাকিস্তানৰ অৰ্থনীতি পৰিচালনা কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ থাকিব।

Tags: EconomyPakistanWar

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025