• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
26 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ হাঁহিয়াতৰ পাত্ৰ হৈ উঠিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ! চীনৰ ৰকেট বাহিনীৰ ছবিক দাবী…

Nation NE by Nation NE
May 26, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সিন্ধুৰ পানীৰ বাবে আঁঠু ল’লে পাকিস্তানে; পত্ৰৰ জৰিয়তে কাতৰ অনুৰোধ ভাৰতক
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছত পাকিস্তানৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। ভাৰতে ১৩টা সামৰিক ঘাটি ধ্বংস কৰাৰ পিছতো প্ৰথমে অসীম মুনীৰক ফিল্ড মাৰ্শ্বাল পদবী দিয়া হৈছিল। লগতে ভাৰতৰ ওপৰত ভুৱা আক্ৰমণৰ কাহিনী ৰচনা কৰিবলৈ গৈ চীনৰ ৰকেট বাহিনীৰ পৰাক্ৰমৰ ছবি দাঙি ধৰিছে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে অসীম মুনিৰক ফিল্ড মাৰ্শ্বাল পদবী প্ৰদানৰ উপলক্ষে আয়োজন কৰা ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত এখন ফটো উপহাৰ দিয়ে। এই ফটোখনত অপাৰেচন সেন্দুৰৰ সময়ত পাকিস্তান সেনাৰ আৰ্টিলাৰীয়ে ভাৰতক কেনেকৈ আক্ৰমণ কৰিছিল তাক চিত্ৰিত কৰা হৈছে বুলি কোৱা হৈছিল। ছবিখনত একেলগে কেইবাটাও একাধিক ৰকেট লঞ্চাৰ ব্যৱস্থাই গুলী চলোৱাও দেখা গৈছে।

পিছে এই ফটোখন যেতিয়া তথ্য পৰীক্ষা কৰা হয়, তেতিয়া দেখা যায় যে ফটোখন পাকিস্তানী সেনাৰ নহয়, চীনৰ পিএলএ সেনাৰ ৰকেট ফ’ৰ্চৰ। এই ছবিখন ২০১৯ চনৰ, যিখন চীন সেনাই সামৰিক অনুশীলনৰ সময়ত তুলিছিল। এই ছবিখন চীনৰ পিএলএ-সেনাৰ ৱেবছাইটতো দেখিবলৈ পোৱা গৈছে। শ্বাহবাজ শ্বৰীফে ২০১৯ বৰ্ষৰ চীনা সেনাৰ ছবি এখন উপহাৰ দিয়াৰ কথা জানিব পৰাৰ লগে লগে পাকিস্তানত মানুহে তেওঁক ঠাট্টা কৰিবলৈ আৰম্ভ কৰে।

এইয়া কোনো নতুন কথা নহয়। পাকিস্তানে পূৰ্বেও নিজৰ জয় হোৱা বুলি ভুৱা বাতৰি প্ৰচাৰ কৰি আহিছে। অপাৰেচন সেন্দুৰৰ সময়ত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰে নিজ দেশৰ সংসদত লণ্ডনৰ ডেইলী টেলিগ্ৰাফৰ এটা ক্লিপিং দেখুৱাই ভাৰতীয় বায়ুসেনাক উপহাস কৰিবলৈ চেষ্টা কৰিছিল যদিও পাকিস্তানৰ এখন বাতৰি কাকতে নিজেই নিজৰ বৈদেশিক মন্ত্ৰী (আৰু উপ-প্ৰধানমন্ত্ৰী)ৰ মিছা কথা উদঙাই দিয়ে।

একেদৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ভাৰতৰ যুদ্ধ বিমান সন্দৰ্ভত কৰা দাবীৰ সমৰ্থনত ছ’চিয়েল মিডিয়াৰ উদ্ধৃতি দিয়ে। অৰ্থাৎ ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছত নিজৰ ক্ষোভ প্ৰকাশ কৰিবলৈ পাকিস্তানী শাসকসকলে যিকোনো পৰিসৰলৈকে ভুৱা আৰু ভিত্তিহীন বাতৰি প্ৰচাৰ কৰাত ব্যস্ত হৈ পৰিছে।

Tags: IndiaPakistanShahbaz Sharif

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025