• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 5, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰিলছ নোচোৱাকৈ খাদ্য নাখাই নেকি আপোনাৰ শিশুৱে ? হ’ব পাৰে অনাকাংক্ষিত বিপদ, এতিয়াই হওঁক সাৱধান

Nation NE by Nation NE
September 4, 2024
in Top News, অসম, বিনোদন, ৰাষ্ট্ৰীয়
0 0
ৰিলছ নোচোৱাকৈ খাদ্য নাখাই নেকি আপোনাৰ শিশুৱে ?  হ’ব পাৰে অনাকাংক্ষিত বিপদ, এতিয়াই হওঁক সাৱধান
Share on FacebookShare on TwitterWhatsApp

আপোনাৰ সন্তানে ঘন্টা-ঘন্টা ধৰি মোবাইল ফোনত ব্যস্ত হৈ থাকে নেকি? ইনষ্টাগ্ৰাম বা ইউটিউবত ভিডিঅ চাই ভাত খাই নেকি?  যদি এনেকুৱা কৰিছে তেতিয়াহলে সাৱধান হওঁক। কিয়নো এই ধৰণৰ কামে আপোনাৰ শিশুৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

আজিকালি বহুতো শিশুৱে ফোন অবিহনে খাদ্য নাখায় আৰু খোৱাৰ সময়ত ৰিল বা ইউটিউবত ভিডিঅ’ চাই থাকে।

যিসকল শিশুৰ অত্যাধিক মোবাইলৰ প্ৰতি আসক্তি আছে সেইসকল শিশুৰ অভিভাৱকসকলৰ বাবে ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্ৰিক্সে স্ক্ৰীণ টাইম নিৰ্দেশনা প্ৰস্তুত কৰিছে। য’ত শিশুসকলক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ অনুমতি দিব নে নিদিয়ে সেই বিষয়ে স্পষ্ট নিৰ্দেশনা দিছে।

নিৰ্দেশনাৱলীয়ে কি কয়?

আজিৰ তাৰিখত অভিভাৱকসকলৰ অসাৱধানতাৰ বাবে বহুতো শিশুৱে মোবাইলৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে। নিৰ্দেশনাৱলীত কোৱা হৈছে যে, যদি শিশুটোৰ বয়স মাপকাঠি অনুসৰি নহয় তেন্তে শিশুক মোবাইল ফোন নিদিব। যদিহে কম বয়সতে শিশুক মোবাইল ফোন হাতত দিয়ে তেতিয়াহলে তেনেকুৱা শিশুৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হব পাৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু বৈধ বয়স

ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বয়সৰ সীমাবদ্ধতা উল্লেখ কৰিছে।

ফেচবুক, স্নেপচ্যাট, ইনষ্টাগ্ৰাম, টুইটাৰ আৰু গুগল প্লাছ – নিম্নতম ১৩ বছৰ।

হোৱাটছএপ- ১৬ বছৰ।

ইউটিউব– পিতৃ-মাতৃৰ অনুমতিৰ সৈতে ১৮ বছৰ।

অভিভাৱকসকলে কৰক এই কাম

নিৰ্দেশনাৱলীত কোৱা হৈছে যে, আপোনাৰ সন্তানক সামাজিক মাধ্যমৰ প্লেটফৰ্ম বা ভিডিঅ’ গেম দিয়াৰ আগতে ১০০ বাৰ চিন্তা কৰক। যদিহে কম বয়সত মোবাইলৰ প্ৰতি আসক্তি হৈছে তেতিয়াহলে সন্তানৰ ওপৰত চঁকু দিয়ক।

Tags: #AssamIndiaindioaMobile phoneREELS

Related Posts

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত
Top News

February 5, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

February 5, 2026
আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 5, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026

শীৰ্ষ সংবাদ

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025