• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পেৰিছৰ পৰা আহিল ভালখবৰ! ভাৰতলৈ আগমন ঘটিল আন এটি পদকৰ

Nation NE by Nation NE
August 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পেৰিছৰ পৰা আহিল ভালখবৰ! ভাৰতলৈ আগমন ঘটিল আন এটি পদকৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পেৰিছ অলিম্পিকৰ পৰা ভাৰতলৈ আহিল এটি সুখবৰ। শুকুৰবাৰে দেশলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিলে মল্লযুঁজাৰু অমন শ্বেহৰাৱাটে। ৫৭কেজি শাখাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ভাৰতীয় মল্লযুজাঁৰুগৰাকীয়ে। উল্লেখ্য যে, বৰ্তমানলৈকে পেৰিছ অলিম্পিকত ভাৰতে এটা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

প্ৰথমবাৰৰ বাবে অলিম্পিকত প্ৰৱেশ কৰিয়েই তেওঁ পদক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈৰ খিতাপ দখল কৰে অমন শ্বেহৰাৱাটে।  এই পদক অৰ্জন কৰি অমনে ৰচনা কৰে এক ইতিহাস।

উল্লেখ্য যে, ২০০৮ বেইজিং অলিম্পিকৰ পৰাই ধাৰাবাহিকভাৱে ভাৰতে মল্লযুঁজত পদক অৰ্জন কৰি আহিছে। ২০০৮ত সুশীল কুমাৰে ব্ৰঞ্জৰ পদক, ২০১২চনত সুশীল কুমাৰে ৰূপৰ পদক আৰু যোগেশ্বৰ দত্তই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

আকৌ ২০১৬চনৰ ৰিঅ’ অলিম্পিকত সাক্ষী মালিকে ব্ৰঞ্জৰ পদক, ২০২০চনত ৰবি দহিয়া ৰূপৰ আৰু বজৰং পুণিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ পাছতে এইবাৰ ২০২৪ৰ পেৰিছ অলিম্পিকত মল্লযুঁজত অমনে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

Tags: BronzeParis Olympics 2024Wrestler

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025