• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 19, 2026
23 °c
Guwahati
23 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ডেনিয়েল বেৰেনবয়ম, আলী আবু আব্বাদলৈ ২০২৩ চনৰ ইন্দিৰা গান্ধী শান্তি বঁটা

Nation NE by Nation NE
November 20, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ডেনিয়েল বেৰেনবয়ম, আলী আবু আব্বাদলৈ ২০২৩ চনৰ ইন্দিৰা গান্ধী শান্তি বঁটা
Share on FacebookShare on TwitterWhatsApp

বিখ্যাত পিয়ানোবাদক ডেনিয়েল বেৰেনবয়ম আৰু শান্তি কৰ্মী আলী আবু আব্বাদক মঙলবাৰে যৌথভাৱে শান্তি, নিৰস্ত্ৰকৰণ আৰু উন্নয়নৰ বাবে ইন্দিৰা গান্ধী বঁটা-২০২৩ প্ৰদান কৰা হয়। বাৰেনবয়ম আৰু আব্বাদে সংগীত, সংবাদ আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ অহিংস সাধনাৰ মাধ্যমৰ জৰিয়তে ইজৰাইল আৰু পেলেষ্টাইন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ প্ৰসাৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। বঁটা বিজয়ীসকলক বাছনি কৰে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ টি. ঠাকুৰে।

তেওঁ আৰ্জেণ্টিনাত জন্মগ্ৰহণ কৰা প্ৰতিভাৱান শাস্ত্ৰীয় পিয়ানোবাদক আৰু পৰিচালক। পশ্চিম এছিয়াত সমন্বয়ৰ প্ৰসাৰৰ বাবে সংগীতৰ ব্যৱহাৰৰ অক্লান্ত প্ৰচেষ্টাৰ বাবেও তেওঁ পৰিচিত। তেওঁ কেৱল শাস্ত্ৰীয় সংগীতৰ জগতখনত অমলিন চিন ৰখাই নহয়, পশ্চিম এছিয়াত সমন্বয়ৰ সন্ধানত আশাৰ ৰেঙণি হিচাপেও আত্মপ্ৰকাশ কৰিছে। সাংস্কৃতিক বুজাবুজি আৰু শান্তিপূৰ্ণ সহযোগিতাৰ বাবে সংগীতক মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ প্ৰচেষ্টাই তেওঁক আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিছে।

আবু আব্বাদ গান্ধীৰ নীতিৰ দ্বাৰা অনুপ্ৰাণিত

ইফালে মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ সৈতে অক্লান্তভাৱে কাম কৰি থকা আলী আবু আব্বাদ এজন প্ৰখ্যাত পেলেষ্টাইন শান্তি কৰ্মী। ১৯৭২ চনত জন্মগ্ৰহণ কৰা আবু আৱৱাদৰ শৰণাৰ্থী পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তিনি বছৰ কাৰাগাৰত থকাৰ সময়ত ইজনে সিজনক লগ কৰিব নোৱাৰি আলী আৰু তেওঁৰ মাতৃয়ে ১৭ দিন ধৰি অনশন কৰে, যাৰ ফলত তেওঁলোক দুয়োকে লগ কৰিবলৈ দিয়া হয়। এই সফলতা আবু আৱাদৰ বাবে এক উল্লেখযোগ্য মুহূৰ্ত আছিল, যেতিয়া তেওঁ উপলব্ধি কৰিছিল যে, গান্ধীৰ নীতি অনুসৰণ কৰি অহিংসাৰ জৰিয়তেহে স্বাধীনতা আৰু মৰ্যাদাৰ লক্ষ্যত উপনীত হ’ব পৰা যায়।

ইন্দিৰা গান্ধী শান্তি বঁটা গ্ৰহণ কৰি আলী আবু আব্বাদে কয় যে, তেওঁ জেলত থকা অৱস্থাত অহিংসাৰ শক্তিৰ বিষয়ে জানিব পাৰিছিল। আলী আব্বাদে কয় যে, তেওঁ মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ বিষয়ে বহুত পঢ়িছে আৰু তেওঁলোকে তেওঁক যথেষ্ট অনুপ্ৰাণিত কৰিছে। আব্বাদে কয় যে, তেওঁলোকৰ পৰা তেওঁ শিকিছে যে আমাৰ মাজত ইজনে সিজনক চিনি পোৱা আৰু ইজনে সিজনক ৰক্ষা কৰাৰ ক্ষমতাই আমাক মানুহ কৰি তোলে।

ডেনিয়েল বেৰেনবয়মৰ হৈ মৰিয়াম চি ছাইদে বঁটা গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। এই সময়ত তেওঁ সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আয়োজিত এই অনুষ্ঠানত ইন্দিৰা গান্ধী মেম’ৰিয়েল ট্ৰাষ্টৰ অধ্যক্ষ ছোনিয়া গান্ধী, ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম হামিদ আনছাৰী, বৰ্তমানৰ জুৰীৰ অধ্যক্ষ শিৱ শংকৰ মেনন, ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ন্যায়াধীশ টি. উপস্থিত থাকে।

Tags: Ali Abu AwwadDaniel BarenboimPeace Prize

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026
শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025