• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, February 14, 2026
22 °c
Guwahati
22 ° Mon
23 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আচৰিত! মহৰ আতংকৰ বাবেই চৰকাৰৰ পুৰস্কাৰ ঘোষণা…

Nation NE by Nation NE
February 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আচৰিত! মহৰ আতংকৰ বাবেই চৰকাৰৰ পুৰস্কাৰ ঘোষণা…
Share on FacebookShare on TwitterWhatsApp

মহৰ সমস্যা নতুন নহয়। আমি মহৰ সমস্যাৰ পৰা হাত সাৰিবলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰো। কেতিয়াবা আমি ঔষধ স্প্ৰে কৰো, মহ বিকৃতকাৰী ঔষধ দিওঁ, মহ জাল ব্যৱহাৰ কৰো আৰু ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰি ৰাখোঁ।

কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে, মহৰ আতংকৰ বাবেও এখন দেশৰ চৰকাৰে মহ হত্যাৰ পুৰস্কাৰ ঘোষণা কৰিব।

এইয়া কোনো ধেমালি নহয়, ফিলিপাইনছ চৰকাৰেও একেধৰণৰ কাম কৰিছে। ফিলিপাইনছৰ এখন ঘন জনবসতিপূৰ্ণ চহৰৰ বিষয়াসকলে ডেংগুৰ সংক্ৰমণ ৰোধৰ বাবে মহ হত্যা কৰা লোকসকলক নগদ ধনৰ পুৰস্কাৰ আগবঢ়াইছে।

আচলতে মহৰ পৰা হোৱা ডেংগু ৰোগে কেৱল ফিলিপাইনছৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবেও সমস্যাৰ সৃষ্টি কৰিছে। ফিলিপাইনছত ডেংগুৰ বাবে ৫৭৫জন লোকৰ মৃত্যু হৈছে। একে সময়তে WHOৰ তথ্য অনুসৰি, ২০২৪ চনত সমগ্ৰ বিশ্বতে ১০ হাজাৰ লোকৰ মৃত্যু হৈছে ডেংগু ৰোগত। ফিলিপাইনছ কৰ্তৃপক্ষই শেহতীয়াকৈ ঋতুভিত্তিক বৰষুণৰ বাবে সমগ্ৰ দেশতে ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰি প্ৰকাশ কৰিছে।

স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, ১ ফেব্ৰুৱাৰীত ২৮,২৩৪টা ক’ভিড কেচ পঞ্জীয়ন কৰা হৈছে, যি বিগতবছৰৰ তুলনাত ৪০ শতাংশ বেছি।

যদিও ছ’চিয়েল মিডিয়াত এই পুৰস্কাৰৰ খবৰক বহুলভাৱে উপহাস কৰা হৈছে, তথাপিও চেৰ্নালে ইয়াক সমাজৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। শেহতীয়াকৈ ফিলিপাইনছত মহৰ দ্বাৰা সংক্ৰমিত ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, কাৰণ চহৰ কৰ্তৃপক্ষই অন্যান্য উপায়েৰে এই ৰোগ নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে।

Tags: HealthMOSQUITOPHILIPPINES

Related Posts

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিলে কি কি লোকচানৰ সন্মুখীন হ’ব ভাৰত?
Top News

February 14, 2026
কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী
Top News

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

February 14, 2026
বাংলাদেশৰ নিৰ্বাচনত জয়লাভ এইকেইগৰাকী মহিলা প্ৰাৰ্থীৰ, ৮৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকীৰ জয়লাভ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 14, 2026

শীৰ্ষ সংবাদ

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিলে কি কি লোকচানৰ সন্মুখীন হ’ব ভাৰত?

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

বাংলাদেশৰ নিৰ্বাচনত জয়লাভ এইকেইগৰাকী মহিলা প্ৰাৰ্থীৰ, ৮৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকীৰ জয়লাভ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025