• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
21 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাইলৈৰ পৰা বিদেশ ভ্ৰমণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব এই ৩ খন দেশ

Nation NE by Nation NE
June 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বৃদ্ধি পাব দৰমহা; মোদী চৰকাৰে দিলে অনুমতি
Share on FacebookShare on TwitterWhatsApp

পুনৰ এবাৰ বিদেশ ভ্ৰমণলৈ যাবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৫ দিনীয়া যাত্ৰাত তেওঁ তিনিখন দেশ ভ্ৰমণ কৰিব। এই যাত্ৰাত তেওঁ প্ৰথমখন দেশ ভ্ৰমণ কৰিব চাইপ্ৰাছ। ১৫-১৬ জুন অৰ্থাত দুদিনীয়া ভ্ৰমণসূচীৰে বিভিন্ন কাৰ্যসূচীত অংশ ল’ব মোদীয়ে।

ইয়াৰ পিছত তেওঁ কানাডা আৰু ১৮ জুনত ক্ৰোৱেচিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচী সামৰি তেওঁ ১৯ জুনত ভাৰতলৈ উভতিব।

প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলাইডছৰ আমন্ত্ৰণত ২ দিনৰ বাবে (১৫-১৬ জুন ২০২৫) যাব। উল্লেখ্য যে যোৱা ২ দশকৰ পিছত এইটোৱে প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰীৰ চাইপ্ৰাছ ভ্ৰমণ। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে নিকোছিয়াত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি ক্রিষ্টোডুলাইডছৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু লিমাছোলত ব্যৱসায়িক নেতাসকলকো সম্বোধন কৰিব৷ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ বাৰ্তা প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয় কাৰ্যসূচী লৈ উপস্থিত হ’ব কানাডাত। ১৬-১৭ জুনত কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনৰ অংশ হিচাপে তেওঁ কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে একেৰাহে ৬ বাৰ জি-৭ সন্মিলনৰ অংশ হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মিলনত জি-৭ দেশৰ আমন্ত্ৰিত দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে প্ৰযুক্তি, উদ্ভাৱন, শক্তি আৰু এআইৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনাত মিলিত হ’ব। এই সময়ত তেওঁ দ্বিপাক্ষিক বৈঠকতো অংশ ল’ব।

ইয়াৰ পিছত তেওঁ ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব। ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী অপ্লেনকোভিচৰ আমন্ত্ৰণত তেওঁ যাব। ভাৰতৰ যিকোনো প্ৰধানমন্ত্ৰীৰ এইটোৱে হ’ব প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ এয়া এক গুৰুত্বপূৰ্ণ সাফল্য। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতিকো জোৰাণ মিলানোভিচকো সাক্ষাৎ কৰিব।

Tags: CanadaForeign TourG7 SummitNarendra Modi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025