• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 17, 2025
24 °c
Guwahati
27 ° Mon
27 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; সুৰাসক্ত চালকৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ

    নিজ গাঁৱতেই প্ৰৱেশ বন্ধ হ’ল অভিনেতাৰ সৈতে ভয়ংকৰ কাণ্ডৰ লগত জড়িত মহিলাৰ

    ই-ৰিক্সাত উঠোতে সাৱধান! ৰঙিয়াত চালকৰ কামনাৰ বলি হ’ল এগৰাকী ২৪ বছৰীয়া যুৱতী

    নিশা আন্ধাৰৰ সুযোগ লৈ ৫৭ বছৰীয়া ই-ৰিক্সা চালক অনন্ত কলিতাই যুৱতীৰে কৰিলে এই ভয়ংকৰ কাণ্ড…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    গাহৰি বিক্ৰীত নিষেধাজ্ঞা অসমৰ এইখন জিলাত; কিন্তু কিয়?

    মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন

    পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আলু বিতৰ্ক! কেনেকৈ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হৈ উঠিব পাৰে মিশ্ৰিত আলু?

      Nation NE by Nation NE
      December 8, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      আলু বিতৰ্ক! কেনেকৈ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হৈ উঠিব পাৰে মিশ্ৰিত আলু?
      Share on FacebookShare on TwitterWhatsApp

      পুৰণি আলুক নতুন আলুলৈ ৰূপান্তৰিত কৰিব পৰা প্ৰক্ৰিয়াৰ বিষয়ে আপুনি জানেনে? এই প্ৰশ্নটো অলপ আচৰিত যেন লাগিব পাৰে, কিন্তু একাংশ ব্যৱসায়ীয়ে এমোনিয়া ছলিউচনৰ সহায়ত পুৰণি আলু নতুনৰ দৰে বনাই দুগুণ দামত বিক্ৰী কৰে।

      উত্তৰ প্ৰদেশৰ গোৰখপুৰত খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে তদন্তৰ সময়ত এই ঘটনা ধৰা পেলাই প্ৰায় ১৮০ কুইণ্টল আলু ধ্বংস কৰে।

      সহকাৰী আয়ুক্ত খাদ্য ডাঃ সুধীৰ কুমাৰ সিঙে কয় যে সাহজানৱা ৰে’লৱে ষ্টেচনৰ সমীপৰ বজাৰত এমোনিয়া ৰাসায়নিক দ্ৰব্যৰে প্ৰস্তুত কৰা আলু নতুন ৰূপে বিক্ৰী কৰা হৈছে বুলি তথ্য লাভ কৰা হৈছে। একেসময়তে গোৰখপুৰ মণ্ডিতো ভেজাল আলু বিক্ৰী কৰাৰ অভিযোগ পোৱা গৈছিল। এনে পৰিস্থিতিত যেতিয়া দলটোৱে দুয়োটা স্থানতে অভিযান চলাইছিল তেতিয়া সত্যটো ওলাই আহিছিল।

      সাহজানৱাত ৬০ কেজি আলু জব্দ কৰাৰ লগতে গোৰখপুৰত এক কুইণ্টল ২০ কেজি মিশ্ৰিত আলু জব্দ কৰে। বিষয়াসকলে জনোৱা মতে, ব্যৱসায়ীজনে জেৰাৰ সময়ত স্বীকাৰ কৰে যে, তেওঁ এই আলু সন্ত কবীৰ নগৰৰ পৰা কিনে। লগতে তেওঁ কয় যে, এক কুইণ্টল আলুত ১০ কেজি নতুন আলু আৰু ৯০ কেজি পুৰণি আলুৰ অনুপাত আছে। পুৰণি আলু ৰাসায়নিক দ্ৰব্যৰে প্ৰস্তুত কৰা হয়।

      বিশেষজ্ঞসকলে কয় যে, বজাৰত এমোনিয়া প্ৰতি কেজিত ৫০ টকাৰ হাৰত পোৱা যায়। ইয়াৰ দ্ৰৱ প্ৰস্তুত কৰি তাত পুৰণি আলু ১৪ ঘন্টা ডুবাই ৰখা হয়। ইয়াৰ পিছত ইয়াক উলিয়াই মাটিত ঘঁহি দিয়া হয়। ৰাসায়নিক পদাৰ্থৰ বাবে ইয়াৰ খোলাটো অতি কোমল হৈ পৰে, অলপ ঘঁহিলেহে ইয়াৰ খোলাটো ওলাই যায়।

      এই সন্দৰ্ভত ডাঃ সোহন গুপ্তাই কৈছে যে, আমাৰ শৰীৰতো এমোনিয়া উৎপন্ন হয়। আমাৰ শৰীৰত প্ৰতি ডেচিলিটাৰত ১৫ৰ পৰা ৪৫ মাইক্ৰ’গ্ৰামৰ পৰিমাণত এমোনিয়া থাকে। গতিকে আমি যেতিয়া ৰাসায়নিক পদাৰ্থযুক্ত খাদ্য গ্ৰহণ কৰোঁ, তেতিয়া ইয়াৰ মাত্ৰা বৃদ্ধি পায়, যি অতি বিপদজনক।

      এনে আলু সেৱনে মানসিক ভাৰসাম্য বিনষ্ট কৰিব পাৰে। যকৃতৰো ক্ষতিসাধন কৰিব পাৰে। অৱসাদৰ মাত্ৰাও বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত পেট ফুলা, ভোক নলগা আৰু কোষ্ঠকাঠিন্যও হ’ব পাৰে। যদি শৰীৰত এমোনিয়াৰ মাত্ৰা বৃদ্ধি পায়, তেন্তে ই মাৰাত্মক বুলিও প্ৰমাণিত হ’ব পাৰে।

      Tags: ChemicalMARKETPOTATO

      Related Posts

      নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; সুৰাসক্ত চালকৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ
      Top News

      May 17, 2025
      ৰাজধানীত প্ৰচণ্ড ধুমুহা-বৰষুণ; ৩ জন লোকৰ মৃত্যু, কেইবাজনো আহত

      ‘ভাৰতক প্ৰতাৰণা’… বৈদেশিক মন্ত্ৰী জয়শংকৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ
      BIG BREAKING

      ‘ভাৰতক প্ৰতাৰণা’… বৈদেশিক মন্ত্ৰী জয়শংকৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

      May 17, 2025
      নেতান্যাহু এজন খঙাল মানুহ… যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

      আজিৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল; প্লে অফত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে নামিব RCB

      পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি

      শীৰ্ষ সংবাদ

      নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; সুৰাসক্ত চালকৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ

      ৰাজধানীত প্ৰচণ্ড ধুমুহা-বৰষুণ; ৩ জন লোকৰ মৃত্যু, কেইবাজনো আহত

      ‘ভাৰতক প্ৰতাৰণা’… বৈদেশিক মন্ত্ৰী জয়শংকৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

      নেতান্যাহু এজন খঙাল মানুহ… যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

      আজিৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল; প্লে অফত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে নামিব RCB

      পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist