• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 13, 2026
22 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গুকেশক পৰাস্ত কৰি প্ৰজ্ঞানন্দই ৰচিলে ইতিহাস

Nation NE by Nation NE
February 4, 2025
in Top News, ক্ৰীড়া
0 0
গুকেশক পৰাস্ত কৰি প্ৰজ্ঞানন্দই ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

টাটা ষ্টীল মাষ্টাৰ্ছৰ খিতাপ দখল কৰিছে গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দই। টাইব্ৰেকাৰত প্ৰজ্ঞানন্দই বিশ্ব চেম্পিয়ন ডি গুকেশক ২-১ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে শেষ দিনটোত নিজৰ মেচত পৰাস্ত হৈছিল আৰু পিছত দুয়োৰে মাজত খিতাপৰ বাবে টাইব্ৰেকাৰ মেচ অনুষ্ঠিত হৈছিল। য’ত প্ৰজ্ঞানন্দই জয়লাভ কৰে।

প্ৰজ্ঞানন্দ আৰু গুকেশ দুয়োজনেই অন্তিম ৰাউণ্ডৰ মেচত পৰাস্ত হৈছিল। অৰ্জুন এৰিগাইছিৰ হাতত গুকেশ পৰাস্ত হোৱাৰ বিপৰীতে প্ৰজ্ঞানন্দই জাৰ্মানীৰ ভিনচেণ্ট কীমাৰৰ হাতত পৰাস্ত হয়। এই অসফলতাৰ মাজতো তেওঁলোক লিডাৰব’ৰ্ডৰ শীৰ্ষত থকা বাবে প্ৰতিযোগিতাখন টাইব্ৰেকাৰলৈ যায়।

প্ৰজ্ঞানন্দই সম্পূৰ্ণ পইণ্ট লাভ কৰি মাষ্টাৰ্ছত প্ৰথমটো জয় নিশ্চিত কৰাৰ বাবে নিখুঁত কৌশল প্ৰদৰ্শন কৰাৰ বিপৰীতে গুকেশে একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থানত থাকিও টাইব্ৰেকাৰত পৰাস্ত হয়। যোৱা বছৰ অৰ্থাত পূৰ্বৰ সংস্কৰণতো চীনা প্ৰতিদ্বন্দ্বী ৱেই য়িৰ হাতত পৰাস্ত হৈছিল গুকেশ।

Tags: D GukeshPraggnanandhaaTata Chess

Related Posts

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি  নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…
Top News

February 13, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

February 13, 2026
ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025